সুখ-দুখ LIVE :: হোম কোৱাৰাইণ্টানৰ ধেমাজি মডেল এইবাৰ গুৱাহাটীলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখ LIVE :: হোম কোৱাৰাইণ্টানৰ ধেমাজি মডেল এইবাৰ গুৱাহাটীলৈ

সুখ-দুখ LIVE :: হোম কোৱাৰাইণ্টানৰ ধেমাজি মডেল এইবাৰ গুৱাহাটীলৈ

Share This
কোৰোনা ভাইৰাছৰ ফলত সৃষ্টি হোৱা কোভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিত ধেমাজি জিলাৰ আৰক্ষী আৰু প্ৰতিশ্ৰুতি কেঞ্চাৰ আৰু পেলিয়েটিভ কেয়াৰ ট্ৰাষ্টে এক বিজ্ঞান সন্মত অধ্য়য়নেৰে  হোম কোৱাৰাইণ্টন লোক সকলৰ মনিটৰিঙৰ বাবে এক মডেল ডেভেলপ কৰি উলিয়াইছে। এতিয়া এই মডেল অতিৰিক্ত এপ ব্যৱহাৰ কৰি গুৱাহাটী মেট্ৰ জিলাতো অনুসৰণ কৰিবলৈ ৰাজ্য চৰকাৰে নিৰ্দেশ দিছে। বিষয়টো 'সুখ-দুখ LIVE'ত বাখ্য কৰিলে  ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘানাৱতে এই ভিডিঅ'ত।

No comments:

Post a Comment