2019 - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল

মহীৰূহৰ লেখাঃ বাধা যদি নিদিয়া পিশাচী এন্ধাৰক :: ড° হীৰেন গােহাঁই

January 20, 2019 0
‘আমাৰ অসমৰ এগৰাকী পত্রলেখিকাই লিখিছে যে আমি উত্তৰ প্ৰদেশৰ কট্টৰ হিন্দু  কিছুমানে কৰা কিছুমান নিষ্ঠুৰ কাণ্ড বাৰে বাৰে উল্লেখ কৰি অসমত মিছ...
Read More

ভাল খবৰঃ দক্ষিণ কোৰিয়াৰ দহজনীয়া চিকিৎসকৰ দলে অসমত আগবঢ়াবলৈ আহিছে বিনামূলীয়া চিকিৎসা সেৱা

January 19, 2019 0
বসুদৈৱ্য কুটুম্বম; বসুন্ধৰাৰ মানৱেই আমাৰ আপোন। এই বাণীয়েই বিশ্বৰ মানুহক ওচৰ চপাই আনে। মানৱ সেৱা তাৰো উৰ্ধৰ এটি কথা। তাতে যদি আৰ্তজনক  চি...
Read More

ভাল খবৰঃ ২১ গৰাকী বাংলাদেশীক আজি প্ৰত্যাৰ্পণ বাংলাদেশলৈ: এয়াই শেষ বাতৰি হব নেকি বিদেশী বহিস্কাৰৰ?

January 19, 2019 0
বাংলাদেশী অনুপ্ৰৱেশকাৰীলৈ ধৰ্মৰ ভিত্তিত ভাৰতীয় নাগৰিকত্বৰ প্ৰসংগই উত্তৰ-পূৱৰ ৰাজনীতি গৰমাই ৰখাৰ মাজতে প্ৰকাশ পাইছে এটি সুখবৰ। আজি কৰিমগঞ...
Read More

চিন্তনঃ সংবিধানৰ ধৰ্ম-নিৰপেক্ষতাৰ প্ৰতি বিপদঘণ্টা: জাগিছে অসমীয়া, শুই আছে কিয় বাকী ভাৰতীয়? :: পৰেশ মালাকাৰ

January 19, 2019 0
নাগৰিকত্ব সংশোধনী বিধেয়কে আমাৰ ৰাজ্যখনক ক’লৈ লৈ গৈছে দেখিছে নে আপোনালোকে? কি কৰিলে এই দলটোৱে ? কোনো কাৰণ নোহোৱাকৈ আমাৰ ওপৰত এটা আন্দোলন ...
Read More

ভাল খবৰঃ ৰাজ্যজুৰি বিনামূলীয়া কেৰিয়াৰ কৰ্মশালাৰ আয়োজন কৰিব GIMT, তেজপুৰে

January 18, 2019 0
অসমৰ আগশাৰীৰ অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানৰ অন্যতম গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী, তেজপুৰৰ উদ্যোগত বিনা...
Read More

মনৰ কথাঃ প্ৰবাসত বাংলাদেশীৰ সান্নিধ্য আৰু শিকিব লগা বহু কথা:: ডা০ ভূপেন শইকীয়া

January 18, 2019 0
এনে এটা বিষয়ে কাহানিবা আলোচনা কৰিবলগীয়া হব বুলি মই কাহানিও ভবা নাছিলোঁ৷ সাধাৰণতে 'বাংলাদেশী' বুলিলে আমাৰ চকুৰ আগত ভাঁহি অহা ছবিখ...
Read More

তাজাখবৰঃ এইবাৰ পলিটিক্স কৰিলে আমিও জেং কৰিম: তেজপুৰত CAB ৰ বিৰোধিতা কৰি জুবিন গাৰ্গ

January 17, 2019 0
শিল্পী সমাজ জিন্দাবাদ, ৰাইজ দলে বলে ওলাই আহক, জাতীয় নায়ক মূৰ্দাবাদ, শ্বহীদ সকল অমৰ হওক, সৰ্বা চৰকাৰ হায় হায়, হিমন্ত বিশ্ব লেই লেই ছেই ...
Read More

ভালখবৰঃ বিশিষ্ট সাহিত্যিক কাছেমা খাতুনলৈ ওমৰ আলী সোঁৱৰণী ভাষা সন্মান প্ৰদান চৰ-চাপৰি সাহিত্য পৰিষদৰ

January 17, 2019 0
অসমীয়া ভাষাৰ মৰ্যদা ৰক্ষাৰ্থে ১৯৭২ চনৰ মাধ্যম আন্দোলনত প্ৰাণ উছৰ্গা কৰা দৰংজিলাৰ খাৰুপেটীয়াৰ সমীপবৰ্তী জংগলপাৰাৰ সু-সন্তান শ্বহীদ ওমৰ আল...
Read More

তাজাখবৰঃ CAB ৰ বিৰুদ্ধে জুবিন গাৰ্গ: শিল্পী দিৱসৰ পাছত সন্মিলিত প্ৰতিবাদ আছুৰ সৈতে

January 16, 2019 0
অসমৰ ৰাইজ, জাতীয় সংগঠন সমূহৰ প্ৰৱল প্ৰতিবাদকো নেওচি লোকসভাত বিজেপিয়ে পাছ কৰোৱা  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠিছে শিল্...
Read More

প্ৰৱন্ধঃ চৰ-চাপৰিবাসী মুছলমানৰ 'বিহু':: মৰা কাতিৰ পৰা পুষুৰা উৎসৱলৈ ::ৰেহনা চুলতানা

January 16, 2019 0
বিহু অসমৰ জাতীয় উৎসৱ। জাতীয় ঐক‍্যৰ বীজ হিচাপে এই জাতীয় উৎসৱটি জাতি,ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকে পালন কৰি আহিছে। অ...
Read More

তাজাখবৰঃ প্ৰধানমন্ত্ৰীলৈ আমন্ত্ৰণ প্ৰত্যাহাৰেৰে CAB ৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ শংকৰ সংঘৰ

January 14, 2019 2
অসমৰ জাতীয় জীৱনৰ অন্যতম বিশাল ধৰ্মীয় সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘই  অৱশেষত নিজৰ স্থিতি প্ৰকাশেৰে কৰিলে এক অভূতপূৰ্ব প্ৰতিবাদ। এয়া হৈছে আগন...
Read More

সম্পাদকীয়ঃ অসমীয়াক অশান্তি কৰি অশান্ত কৰিছে কোনে?

January 13, 2019 0
গতানুগতিক ভাৱেই ২০১৮ বৰ্ষটো শেষহৈ নতুন বছৰ এটা আমাৰ সমাজ-জীৱনত সংযোগ হ’ল। নতুন বছৰৰ আৰম্ভণিতেই গত বছৰৰ ভিন্ন প্ৰাপ্তি-অপ্ৰাপ্তিৰ সামগ্ৰি...
Read More

বিশ্লেষণঃ গেম-প্লেন ২০১৯: বাস্তৱ বনাম বিভ্ৰান্তি :: বুলন কুমাৰ শইকীয়া

January 13, 2019 0
বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত গৃহীত নহ’ল যদিও দিল্লীয়ে তাক লৈ যে পুনৰ ষড়যন্ত্ৰ নকৰিব সেই কথা নুই কৰিব নোৱাৰি৷ এই সময়ছোৱা...
Read More

লোকেল গুজৱ.কম:: হাস্য-ব্যংগৰে সত্যৰ সন্ধান

January 12, 2019 0
১. চাংবিধানিক ললিপপ কমিটিত নাথাকে মনোনীত অসমীয়া প্ৰতিনিধি। দিল্লী কা লাড্ডু বিষয়ত হোৱা পূৰ্বৰ তিতা অভিজ্ঞতাৰ ভিত্তিতে ললিপপ কমিটিৰ পৰা স...
Read More

ভালখবৰঃ মুম্বাইত ইংৰাজী ভাষাত 'ৰাৱন বধ' ভাওনা মঞ্চস্থ:: বিশ্বমুখী উদ্যমৰ বাবে প্ৰশংসিত 'প্ৰজন্ম উন্মেষ'

January 12, 2019 0
যোৱাকালি (১১/০১/২০১৯) মুম্বাইৰ CIDCO Exhibition Center, Vashi ত অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ 'প্ৰজন্ম উন্মেষ' নামৰ এটা সাংস্...
Read More

চিন্তনঃ হিন্দু-হিন্দুত্বৰ সম্পৰীক্ষাঃ আৰ.এছ.এছ কিমান সফল, কিমান বিফল? ::দেবব্ৰত গগৈ

January 11, 2019 0
সম্ৰাট অশোকৰ বৌদ্ধ ধৰ্ম বিস্তাৰৰ কাৰ্য্যখিনি ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে সম্ৰাটে তেতিয়াৰ ভাৰতবৰ্ষত বৌদ্ধ ধৰ্মটো বিস্তাৰৰ সমান্তৰালকৈ...
Read More

মনৰ কথাঃ জাতিৰ ছাতি আৰু মানসিকভাৱে আমি:: কাবেৰী গোস্বামী

January 11, 2019 0
সেইদিনা আমাৰ ঘৰত শিৱপূজা আছিল৷ আবেলি গাঁৱৰে এগৰাকী আইতা আমাৰ ঘৰত ফুৰিবলৈ আহিছিল৷ চাহ দিওঁতে লগতে পূজাৰ মিঠাই, পায়সো দিয়া হৈছিল৷ চাহ খাই ...
Read More

তাজাখবৰঃ মুম্বাইতো অসমীয়াই উলিয়ালে CAB ৰ বিৰুদ্ধে প্ৰতিবাদী সমদল

January 11, 2019 0
কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ আৰু ঐতিহাসিক অসম চুক্তিক ভৰিৰে মোহাৰি নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক ২০১৬ সংসদৰ লো...
Read More

চিন্তনঃ জাতিৰ জটিল সন্ধিক্ষণঃ অসমীয়াই কি কৰা উচিত? :: অজয় লাল দত্ত

January 11, 2019 0
অসমৰ প্ৰতিবাদী ইতিহাসৰ পৰা শিকনিৰ ভেটিত আজি আকৌ অসমীয়া জাতীয়তাবাদ মেৰুদণ্ড পোন কৰি থিয় হৈ উঠিছে। সাম্প্ৰতিক সময়ত, অসমীয়া জাতি যি কেইটা প...
Read More

তাজাখবৰঃ ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধেঃ সিদিনা তেওঁ কি কৈছিল, আজি কি কৈছে!

January 10, 2019 0
বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহিতাৰ অভিযোগ তুলি গোচৰ ৰুজু কৰিছে সৰ্বানন্দ সোনোৱালৰ গৃহ মন্ত্ৰালয়ৰ অ...
Read More

তাজাখবৰঃ দিল্লী বিশ্ববিদ্যালয় আৰু জে এন ইউৰ ছাত্র-ছাত্রীৰ ধৰ্ণা-প্ৰতিবাদঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে

January 10, 2019 0
লােকসভাত গৃহীত হােৱা জাতিধ্বংসী নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰুদ্ধে দিল্লীত উত্তাল প্রতিবাদ সাব্যস্ত কৰিলে দিল্লী বিশ্ববিদ্যালয় আৰু জৱ...
Read More

চিন্তনঃ অসমখন অসমীয়াৰ হৈ থাকিবনে? ::শোণিত কুমাৰ গোস্বামী

January 10, 2019 0
অসমখন অসমীয়াৰ হৈ থাকিবনে। সাধাৰণ দৃষ্টিত এয়া এটা প্ৰশ্ন হ’ব নোৱাৰে। কিয়নো হাজাৰজনে কৈ উঠিব যে এইটো আৰু কেনেকুৱা অবান্তৰ প্ৰশ্ন? হয়, আজিৰ...
Read More

তাজাখবৰঃ গুৱাহাটী গীতে-মাতে-শ্লোগানেৰে কঁপালে নৱ-প্ৰজন্মৰ শিল্পী সমাজে

January 09, 2019 0
সমগ্ৰ অসম তথা উত্তৰ-পূৱৰ বিভিন্ন ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬  সদনত পাছ কৰাবৰ বাবে বিজেপি দলে চলোৱা চেষ্টাৰ বিৰুদ্ধে প্ৰতিবাদ চল...
Read More

তাজাখবৰঃ আছুৱে প্ৰত্যাখ্যান কৰা 'সাংবিধানিক সুৰক্ষা' সমিতিৰ কোনো অৰ্থ নাই :: অসম নাগৰিক সমাজ

January 09, 2019 0
অসম নাগৰিক সমাজে আজি এক সংবাদ মেলৰ আয়োজন কৰে গুৱাহাটী প্ৰেছ ক্লাৱত। তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে সাংবিধানিক সুৰক্ষাৰ বাবে গঠন কৰা 'শেহ...
Read More

তাজাখবৰঃ কটন, তেজপুৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ শ্ৰেণীবৰ্জন আৰু প্ৰতিবাদ

January 09, 2019 0
কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে সাম্প্ৰদায়িক, অসাংবিধানিক তথা অসমীয়াৰ অস্ত্বিত্বৰ প্ৰতি প্ৰত্যাহ্বান কঢ়িয়াই অনা নাগৰিকত্ব সংশোধনী ...
Read More

চিন্তনঃ বিধেয়ক-বিৰোধিতা আৰু অসমীয়া জাতীয়তাবাদ ::ইন্দ্ৰজিৎ বৰা

January 09, 2019 0
(১) যোৱা ১১ মেৰ “আমাৰ অসম”ত প্ৰকাশিত ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ “বিধেয়ক-বিৰোধী যুঁজ আৰু নেপথ্যৰ দৈত্য” শীৰ্ষক লেখাটিত নাগৰিকত্ব আইন সং...
Read More

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিষয়ে সবিশেষ

January 08, 2019 0
নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সকলো দিশ পৰীক্ষা কৰাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় কমিটিয়ে যোৱা সাত জানুৱাৰীত লোকসভাত দাখিল কৰা প্ৰতিবেদনখনৰ ল...
Read More

ক্ৰীড়াংগণ: এ এফ চি এছিয়ান কাপ আৰু ভাৰতীয় ফুটবল দল :: পৰাশৰ কলিতা

January 07, 2019 0
৫ জানুৱাৰী ২০১৯ তাৰিখৰ পৰা ১৭ বাৰৰ বাবে “ইউনাইটেড আৰব এমিৰেটস” অৰ্থাৎ চমুকৈ "ইউ এ ই" অনুষ্ঠিত হৈছে এছিয়া মহাদেশৰ সৰ্ববৃহৎ ফুটব...
Read More

বিশ্লেষণ: ৰাহুল গান্ধীঃ হাঁহিয়াতৰ পাত্ৰৰ পৰা প্ৰত্যাহ্বান জনাব পৰা নেতৃত্বলৈ :: পৰেশ মালাকাৰ

January 07, 2019 0
সেয়া আছিল ২০১৪ চনৰ কথা৷ ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ কৰিছে৷ তেওঁলোকৰ চাৰিওফালে জয় জয় ময় ময় দিন৷ কংগ্ৰেছৰ পৰা কিমান নেতা,পালি-নেতা ভাৰতীয় জ...
Read More

স্বাস্থ্য-চৰ্চাঃ ক্ৰনিক কিডনী ৰোগীৰ বাবে আহাৰ :: ডা০ ব্ৰিন্সি বৰুৱা

January 06, 2019 0
দীৰ্ঘদিন ধৰি কিডনীৰ ৰোগত আক্ৰান্ত লোক সকলৰ বাবেই এই লেখাটিত কিছু প্ৰয়োজনীয় কথাৰ অৱতাৰণা কৰিবলৈ লোৱা হৈছে।কাৰণ,  জীৰ্ণ বৃক্ক ৰোগীৰ এজনৰ স...
Read More

লোকেল গুজৱ.কমঃ হাস্য-ব্যংগৰে সত্যৰ সন্ধান

January 05, 2019 0
১. অসমৰ টিআৰপি ষ্টাৰ চিলাদিত্য দেউৰ চেলবেল কথাৰ বাইট নোপোৱাৰ বাবে সদৌ অসম চেনেল সংঘৰ সাংবাদিকৰ মাজত গণ-বিমৰ্ষতাই বিৰাজ কৰাৰ শীতল বাতৰি। ...
Read More

মনৰ কথা: অগপ ক্ৰমাত অপ্ৰাসংগিকঃ বাচিবগৈনে অস্তিত্ব? ::সঞ্জীত কুমাৰ বৰদলৈ

January 05, 2019 0
বৰ্তমান নেতৃত্বাধীন অসম গণ পৰিষদ দলটি নাথাকিলে অসমৰ ৰাইজৰ কিবা ক্ষয় ক্ষতি হ’ব নেকি? অধিক স্পষ্টকৈ ক’বলৈ হ’লে আজিৰ তাৰিখত অগপ কিমান প্ৰাস...
Read More

নিৰৱধিঃ নাৰী দ্বন্দ্ব, যৌন উৎপীড়নৰ পৰা শ্ৰেণীদ্বন্দ্বলৈ :: ড° অনিমা গুহ

January 05, 2019 0
ইতিহাসৰ প্রথম শ্রেণীদ্বন্দ্ব দেখা দিয়ে পুৰুষ আৰু নাৰী দ্বন্দ্বৰ মাজেৰে, কৈছে ফ্রেডাৰিক এংগেলছে। তেওঁৰ বিখ্যাত গ্রন্থ ‘অৰিজিন অব ফেমিলী ...
Read More

চিন্তনঃ নতুন বছৰত প্ৰাপ্তিৰ সন্ধান, যোগাত্মক চিন্তা ষ্টিফেন হকিং আৰু মাৰ্ক জুকাৰবাৰ্গ :: ড° বিজয় কৃষ্ণ চেতিয়া

January 02, 2019 1
২০১৮ বৰ্ষই মেলানি মাগিলে আৰু গতানুগতিকভাৱে আমাৰ জীৱনত সংযোজন হ’ল এটা নতুন বৰ্ষ “২০১৯ বৰ্ষ”। আজিৰ এই লেখাৰ সুযোগতে আমি আমাৰ প্ৰতিজন পঢ়ুৱৈ...
Read More

নৱবৰ্ষৰ শুভেচ্ছা

January 01, 2019 0
অসমীয়া সুখ-দুখৰ সকলো পাঠক-পাঠিকা, শুভাকাংখী-পৰিয়াল তথা সুহৃদয় ৰাইজলৈ ইংৰাজী নৱবৰ্ষ ২০১৯ৰ শুভেচ্ছা জ্ঞাপন কৰিছো।  আশা কৰিছো অনাগত বছৰট...
Read More