চাকৰিঃ অইল ইণ্ডিয়া লিমিটেডত দ্বাদশ পাছ, ডিপ্লমা আৰু স্নাতকৰ বাবে ৬২টা পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal: প্ৰৱন্ধ, বাতৰি, কিতাপ...

মহীৰূহৰ লেখা

চাকৰিঃ অইল ইণ্ডিয়া লিমিটেডত দ্বাদশ পাছ, ডিপ্লমা আৰু স্নাতকৰ বাবে ৬২টা পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ

চাকৰিঃ অইল ইণ্ডিয়া লিমিটেডত দ্বাদশ পাছ, ডিপ্লমা আৰু স্নাতকৰ বাবে ৬২টা পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ

Share This

দ্বাদশ পাছ, ডিপ্লমা আৰু স্নাতকৰ বাবে OIL ত ৬২টা পদৰ নিযুক্তি প্ৰক্ৰিয়া

OIL JOB, অইলৰ চাকৰি

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা ভাৰত চৰকাৰৰ এক ৰাজ্যিক মালিকানাধীন উদ্যোগ, নৱৰত্ন কোম্পানী, OIL INDIA LTD  হৈছে ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ ৰাষ্ট্ৰীয় তেল আৰু গেছ কোম্পানী। অইল ইণ্ডিয়া লিমিটেডে ২৬জানুৱাৰী ২০২২ৰ পৰা মুঠ ৬২টা  পদৰ বাবে আবেদন আহ্বান কৰিছে। 

OIL JOB, অইলৰ চাকৰি

পদ সমূহ ষ্টাফ লেভেলৰ। 

খালী পদ ৬২ টা।  দৰমহা প্ৰতি মাহে ২৬৬০০-১২৭০০০/- টকা 

চাকৰিৰ ঠাইঃ দুলীয়াজান – অসম 

বয়সৰ সীমা ০১ জানুৱাৰী ২০২২ তাৰিখে ১৮-৩৮ বছৰ 

আৱেদন মাচুল সাধাৰণ/অ'বিচি-২০০ টকা 

অনুসূচীত জাতি/ অনুসূচীত জনজাতি/ ইডব্লিউএছ/ বেঞ্চমাৰ্ক বিকলাঙ্গতা/ প্ৰাক্তন সৈনিক-০ 

পৰিশোধৰ পদ্ধতি: অনলাইন 

আবেদনৰ অন্তিম তাৰিখ ২৫-ফেব্ৰুৱাৰী-২০২২

আবেদন গ্ৰহণ আৰম্ভ হৈছেঃ ২৬ জানুৱাৰী ২০২২ৰ পৰা

বাচনিৰ বাবে তিনিটা স্তৰ থাকিবঃ 

  • Written Exam Computer Based Examination (CBE)
  • Physical Test
  • Interview & Document Verification or Document Scrutiny.

সবিশেষ জানিবলৈ ৱেবছাইট www.oil-india.com

বিজ্ঞাপনটোৰ পিডিএফ পাবলৈ ক্লিক কৰক তলৰ লিংকঃ

অসমীয়াত আনবোৰ চৰকাৰী চাকৰিৰ খবৰৰ বাবে ক্লিক কৰকঃ 

https://www.xukhdukh.com/search/label/GOVTJOB

No comments:

Post a Comment