দ্বাদশ পাছ, ডিপ্লমা আৰু স্নাতকৰ বাবে OIL ত ৬২টা পদৰ নিযুক্তি প্ৰক্ৰিয়া
পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা ভাৰত চৰকাৰৰ এক ৰাজ্যিক মালিকানাধীন উদ্যোগ, নৱৰত্ন কোম্পানী, OIL INDIA LTD হৈছে ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ ৰাষ্ট্ৰীয় তেল আৰু গেছ কোম্পানী। অইল ইণ্ডিয়া লিমিটেডে ২৬জানুৱাৰী ২০২২ৰ পৰা মুঠ ৬২টা পদৰ বাবে আবেদন আহ্বান কৰিছে।
পদ সমূহ ষ্টাফ লেভেলৰ।
খালী পদ ৬২ টা। দৰমহা প্ৰতি মাহে ২৬৬০০-১২৭০০০/- টকা
চাকৰিৰ ঠাইঃ দুলীয়াজান – অসম
বয়সৰ সীমা ০১ জানুৱাৰী ২০২২ তাৰিখে ১৮-৩৮ বছৰ
আৱেদন মাচুল সাধাৰণ/অ'বিচি-২০০ টকা
অনুসূচীত জাতি/ অনুসূচীত জনজাতি/ ইডব্লিউএছ/ বেঞ্চমাৰ্ক বিকলাঙ্গতা/ প্ৰাক্তন সৈনিক-০
পৰিশোধৰ পদ্ধতি: অনলাইন
আবেদনৰ অন্তিম তাৰিখ ২৫-ফেব্ৰুৱাৰী-২০২২
- Written Exam Computer Based Examination (CBE)
- Physical Test
- Interview & Document Verification or Document Scrutiny.
অসমীয়াত আনবোৰ চৰকাৰী চাকৰিৰ খবৰৰ বাবে ক্লিক কৰকঃ
No comments:
Post a Comment