পাৱাৰগ্ৰীডত ১০৫টাকৈ ইঞ্জিনীয়াৰৰ পদঃ আবেদন অনলাইন ২০ ফেব্ৰুৱাৰীলৈকে
ভাৰত চৰকাৰৰ এটি ৰাজহুৱা উদ্যম POWER GRID CORPORATION INDIA LIMITED ত Assistant Engineer Trainee ৰ মুঠ ১০৫ টা পদৰ বাবে কম্পিউটাৰ চাইন্স, ইলেক্ট্ৰিকেল, চিভিল আৰু ইলেক্ট্ৰনিকচৰ ইঞ্জিনীয়াৰিং স্নাতকৰ পৰা আবেদন আহ্বান কৰিছে। চৰকাৰী নিয়ম অনুসৰি সংৰক্ষণো প্ৰযোজ্য হব। বয়সৰ সীমাৰো ৰিলেক্সেচেন পাব। মূল ভিত্তি হব GATE 2021 ৰ স্কোৰ।
বাচনিৰ ভিত্তি হব, তিনিটা স্তৰত-
GATE 2021 Marks (out of 100) 85%
Group Discussion 3%
Personal Interview 12%
নিৰ্বাচিত সকলে প্ৰথমে পে-স্কেল Rs. 40000-3%-1,40,000(IDA) ত প্ৰথমে এবছৰৰ বাবে ট্ৰেইনী ৰূপে যোগদান কৰিব পাৰিব। ভাৰতৰ যিকোনো ঠাইতে পোষ্টিং হব পাৰে। তিনি বছৰৰ বণ্ড চাইন কৰিহে চাকৰি কৰিব পাৰিব।
অধিক জানিবলৈ send email to recruitment@powergrid.co.in with “AET
through GATE 2021- <>” in the subject line. Candidates are required
to add this email-id to their address book in order to avoid any email communication gap.
মূল বিজ্ঞাপনটোৰ পিডিএফটো পাবলৈ ক্লিক কৰকঃ https://careers.powergrid.in/cc-aet-2022/docs/Ad.pdf
প্ৰয়োজনীয় তাৰিখ কেইটিঃ
Commencement of Online Submission of Application 27.01.2022
Last Date of receipt of online application 20.02.2022
(23:59 Hrs)
Cut-off date for eligibility criteria 31.12.2021
অসমীয়াত আনবোৰ চৰকাৰী চাকৰিৰ খবৰৰ বাবে ক্লিক কৰকঃ
https://www.xukhdukh.com/search/label/GOVTJOB
No comments:
Post a Comment