চাকৰিঃ পাৱাৰগ্ৰীডত ১০৫টাকৈ ইঞ্জিনীয়াৰৰ পদঃ আবেদন অনলাইন ২০ ফেব্ৰুৱাৰীলৈকে - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চাকৰিঃ পাৱাৰগ্ৰীডত ১০৫টাকৈ ইঞ্জিনীয়াৰৰ পদঃ আবেদন অনলাইন ২০ ফেব্ৰুৱাৰীলৈকে

চাকৰিঃ পাৱাৰগ্ৰীডত ১০৫টাকৈ ইঞ্জিনীয়াৰৰ পদঃ আবেদন অনলাইন ২০ ফেব্ৰুৱাৰীলৈকে

Share This

পাৱাৰগ্ৰীডত ১০৫টাকৈ ইঞ্জিনীয়াৰৰ পদঃ আবেদন অনলাইন ২০ ফেব্ৰুৱাৰীলৈকে
JOB IN POWER GRID, পাৱাৰ গ্ৰীডৰ চাকৰি
ভাৰত চৰকাৰৰ এটি ৰাজহুৱা উদ্যম POWER GRID CORPORATION INDIA LIMITED ত Assistant Engineer Trainee ৰ মুঠ ১০৫ টা পদৰ বাবে কম্পিউটাৰ চাইন্স, ইলেক্ট্ৰিকেল, চিভিল আৰু ইলেক্ট্ৰনিকচৰ ইঞ্জিনীয়াৰিং স্নাতকৰ পৰা আবেদন আহ্বান কৰিছে। চৰকাৰী নিয়ম অনুসৰি সংৰক্ষণো প্ৰযোজ্য হব। বয়সৰ সীমাৰো ৰিলেক্সেচেন পাব। মূল ভিত্তি হব GATE 2021 ৰ স্কোৰ।
JOB IN POWER GRID, পাৱাৰ গ্ৰীডৰ চাকৰি

বাচনিৰ ভিত্তি হব, তিনিটা স্তৰত-

GATE 2021 Marks (out of 100) 85% 

Group Discussion 3% 

Personal Interview 12%

নিৰ্বাচিত সকলে প্ৰথমে পে-স্কেল Rs. 40000-3%-1,40,000(IDA) ত প্ৰথমে এবছৰৰ বাবে ট্ৰেইনী ৰূপে যোগদান কৰিব পাৰিব। ভাৰতৰ যিকোনো ঠাইতে পোষ্টিং হব পাৰে। তিনি বছৰৰ বণ্ড চাইন কৰিহে চাকৰি কৰিব পাৰিব।

আবেদনৰ বাবে ফীজ জমা দিবলৈ লিংকঃ (https://www.powergrid.in/online-payment-application-fees).

অধিক জানিবলৈ send email to recruitment@powergrid.co.in with “AET through GATE 2021- <>” in the subject line. Candidates are required to add this email-id to their address book in order to avoid any email communication gap.

মূল বিজ্ঞাপনটোৰ পিডিএফটো পাবলৈ ক্লিক কৰকঃ https://careers.powergrid.in/cc-aet-2022/docs/Ad.pdf

প্ৰয়োজনীয় তাৰিখ কেইটিঃ
Commencement of Online Submission of Application  27.01.2022 

Last Date of receipt of online application  20.02.2022 (23:59 Hrs) 

Cut-off date for eligibility criteria 31.12.2021

অসমীয়াত আনবোৰ চৰকাৰী চাকৰিৰ খবৰৰ বাবে ক্লিক কৰকঃ 

https://www.xukhdukh.com/search/label/GOVTJOB

No comments:

Post a Comment