সুখ-দুখ LIVE - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অসমীয়াৰ সুখ-দুখৰ অনলাইন আলোচনা সত্ৰ
 'সুখ-দুখ LIVE'
ৰ প্ৰথমটো পৰীক্ষামূলক ভিডিঅ' ফেচবুক লাইভ যোগে প্ৰচাৰ কৰা হয়। 

বিষয়ঃ তথ্য জনাৰ অধিকাৰ আইন বনাম প্ৰয়োগ-অপপ্ৰয়োগ

অংশ লয়ঃ অধিবক্তা গৌতম চমুৱা 
আৰু নিৱন্ধকাৰ অজয় লাল দত্তই।

 

ফেচবুক লাইফৰ লিংকঃ https://www.facebook.com/xukh.dukh.52/videos/112890456209884/

3 comments:

  1. খুব ভাল প্ৰচেষ্টা। তথাপি এনে লাইভ টকশ্বোলৈ অহাৰ আগতে কিছু অনুশীলন কৰাৰ প্ৰয়োজন বুলি ভাবো।

    ReplyDelete
    Replies
    1. It was a test. .. Will be more better in coming sessions

      Delete
  2. হহোঁৱাই দিলে মাজে মাজে😀

    ReplyDelete