সুখ-দুখ LIVE-3
পৰীক্ষাৰ বাবে কেনেকৈ সাজু হব?
চিন্তা-দুঃচিন্তাক লৈ কি কৰিব শিক্ষাৰ্থী অভিভাৱকে...
এই বিষয় লৈ অনলাইন FBlive আলোচনাত অংশ ললে উচ্চ আৰু উচ্চতৰ মাধ্যমিকত দুয়োটা শিক্ষান্ত পৰীক্ষাতে তৃতীয় স্থান প্ৰাপ্তিৰে আৰম্ভণি কৰি বৰ্তমান উপ-মহাপ্ৰৱন্ধক ৰূপে অইল ইণ্ডিয়া লিমিটেডত কৰ্মৰত, বিশিষ্ট নিবন্ধকাৰ দীপাংকৰ মল্ল বৰুৱাই।
আঁত ধৰিলে অজয় লাল দত্ত, প্ৰতিষ্ঠাপক সম্পাদক, সুখ-দুখ.কম
No comments:
Post a Comment