October 2018 - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

স্বাস্থ্যঃ ফ্লৰাইডযুক্ত পানীৰ বৰবিহ আৰু ফ্লুৰ'চিচ ৰোগৰ ভয়াবহতা :: ডা০ ভূপেন শইকীয়া

October 29, 2018 0
অসমৰ কিছুমান অঞ্চলৰ খোৱাপানীত ফ্লৰাইডৰ বৰবিহ থকা বুলি বাতৰি কাকতৰ শিৰোনাম দখল কৰা সতকাই দেখা পোৱা যায়। বহু লোকেই এই নিৰৱ আৰু শ্ল' পই...
Read More

প্ৰৱন্ধঃ ইজি মানি, চেলিব্রেটি লাইফ আৰু এক নতুন প্রজন্ম :: লীলাকান্ত পায়েং

October 29, 2018 0
সঁচাই বিজ্ঞান আৰু প্রযুক্তিবিদ্যাই এক অদ্ভুত পৰিৱর্তন আনিলে। অতি কম সময়ৰ ভিতৰত মানুহৰ হৃদয়ত ঠাই লোৱা আৰু জনপ্রিয়তা অর্জন লাভ কৰা ইন্টাৰন...
Read More

চিন্তনঃ কৰ্মস্থলীত যৌন উৎপীড়ন আৰু #MeToo আন্দোলন :: পাৰভিন চুলতানা

October 29, 2018 0
বিগত বৰ্ষত যেতিয়া বিখ্যাত চলচ্চিত্র প্রযোজক হার্ভে ৱেইনস্টেইনৰ বিৰুদ্ধে ৭০ জনী মহিলাই যৌন উৎপীড়নৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছতেই তাৰা...
Read More

ৰূপালী পৰ্দাঃ ছেক্ৰেড গেমছ : নেটফ্লিক্সৰ এক নতুন চাঞ্চল্য :: দেৱ প্ৰতিম

October 28, 2018 0
সৰু পৰ্দাৰ ভাৰতীয় ছিৰিয়েল বুলিলে মোৰ দৰে বহুতৰে মন কোঁচ খাই আহে৷ বৰং এনে অতিমাত্ৰা মেল’ড্ৰামাটিক ছিৰিয়েল চোৱা বহুতকে মই ইতিকিং (বন্ধুত্ব...
Read More

মহীৰূহৰ লেখাঃ সাংবিধানিক সংকটৰ গ্রাসত মোদী চৰকাৰ?:: ড° হীৰেন গােহাঁই

October 27, 2018 0
নতুন প্রজন্মই নাজানে, আৰু বয়স্কসকলে পাহৰিবলৈ ধৰিছে যে এসময়ত ভাৰতৰ এজন প্রধান মন্ত্রী (পিভি নৰসিংহ ৰাও) ভয়ানক দুর্নীতিৰ গােচৰত অভিযুক্...
Read More

মনৰ কথাঃ অসমীয়া অসমতে নিৰ্ঘাত ভাৱে সংখ্যালঘু হবই:: দহোটা কাৰণ :: দীপাংকৰ মল্ল বৰুৱা

October 27, 2018 0
আমি অসমীয়াই অসমতে এদিন সংখ্যালঘু হব, দুৰ্দিন এনে আহিব যে অসমতে অসমীয়া ভগনীয়া হব। এনেবোৰ আশংকাই অসমৰ আকাশ-বতাহ কঁপাই থকাটো নতুন কথা নহয়। ...
Read More

পৰ্যবেক্ষণঃ জীৱন-জীৱিকাৰ পথ অৱলুপ্তি কিয় কৰিছে অৰ্থনীতিক নীতিয়ে? :: অনন্ত কলিতা

October 26, 2018 0
আজি দেশৰ পৰিয়ালবােৰৰ মুখ্য সমস্যা হ’ল সন্তানসকলৰ কর্মসংস্থানহীনতা। অকল যুৱ প্ৰজন্মই নহয়, দেশৰ অধিকসংখ্যক শ্রমিক-কর্মচাৰীয়ে নিয়মীয়া ...
Read More

বিশ্লেষণ: মি টু ছুনামিঃ আকবৰৰ পাছত এইবাৰ কোন? :: শোণিত কুমাৰ গোস্বামী

October 24, 2018 0
মি টু (#MeToo) কি এই বিষয়টো এতিয়া সকলোৰে মুখে মুখে। সকলো মি-টুৰ আলোচনাত ব্যস্ত। দুটা ইংৰাজী শব্দই বিশ্বত তোলপাৰ লগাইছে। কেনেকৈ? মি টু হৈ...
Read More

মহীৰূহৰ লেখাঃ ধৰ্মৰ আতিশয্য, বিশ্বায়নৰ প্ৰতিস্ৰোত আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ ভাবুকি:: ড° হীৰেন গোহাঁই

October 23, 2018 0
কোনাে ব্যক্তি বা সম্প্রদায়ৰ ধর্মবিশ্বাসক আমি সন্দেহ বা নিন্দা নকৰোঁ, যিমান খিনিলৈ সি সমাজজীৱনক ক্ষতিগ্রস্ত নকৰে। কিন্তু সাম্প্রতিক কালত...
Read More

চিন্তনঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে কিয় জ্বলিছে অসম :: সাগৰ হাজৰিকা

October 23, 2018 0
উনবিংশ শতিকাৰ কথা, ছশ বছৰীয়া আহোম ৰাজত্বৰ অৱসানৰ পিছত অসমত যেতিয়া কোম্পানিৰ শাসন প্রবৰ্তন হৈছিল তেতিয়া বৃটিছৰ শাসন ব্যৱস্থাটো চলাবলৈ আধু...
Read More

মনৰ কথাঃ অসম বন্ধ-জেগাত হেঁচা পৰিব লাগে :: শৈলেন বৰুৱা

October 23, 2018 0
অসমত ইতিপূৰ্বে সংঘটিত গোষ্ঠী সংঘৰ্ষ, দিছপুৰৰ পথত হোৱা ৰক্তাক্ত আন্দোলন আদি কেইটামান ব্যাপক আন্দোলনৰ সময়ত নতুন দিল্লীত আছিলো ৷ হাতত মোবা...
Read More

চিন্তনঃ দুৰ্নীতিঃএক মাৰাত্মক সামাজিক ব্যাধি:: গীতালি দাস

October 16, 2018 0
ৰাকেশ পালৰ আশীৰ্বাদপুষ্ট হৈ যিসকলে প্ৰশাসনিক বিষয়াৰ চাকৰি লাভ কৰি নিজকে চাৰি পুৰুষলৈ গজগজীয়া কৰি লৈছিল আজি সেইসকলৰ দুৰ্দশাত আমি সকলোৱে হ...
Read More

চিন্তনঃ স্বচ্ছ ভাৰত অভিযানে ঢুকি নোপোৱা ‘আবর্জনা’বোৰ :: পাৰভিন চুলতানা

October 12, 2018 0
কিছুদিন পূৰ্বে নতুন দিল্লীত নিজ পিতৃৰ মৃতদেহৰ ওচৰত থিয় দি ক্রন্দনৰত হৈ থকা ১১ বছৰীয়া লৰা এজনৰ এক ফটো বহু চর্চিত হৈ পৰিছিল। ভাৰতবৰ্ষৰ লগত...
Read More

শ্ৰদ্ধাঞ্জলিঃ গংগা ৰক্ষাৰ বাবে শ্বহীদ হোৱা পৰিৱেশবিদ জি ডি আগৰৱালালৈ :: মণিকংকনা দাস

October 12, 2018 0
বিগত ২০১৪ চনত বাৰানসীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ বৰ্তমানৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদাত্ত কণ্ঠৰে কৈছিল যে তেওঁক...
Read More

মনৰ কথাঃ আপোনাৰ ফেচবুকৰ একাউন্টো হেক হৈছে নেকি? :: সুৰজিত নেওগ

October 11, 2018 0
ফেচবুকৰ একাউণ্ট হেকিং... মাজে মাজে ফেচবুকত এই শব্দ দুটা ব্যৱহাৰ কৰি বহুতে নিজৰ একাউন্ট 'হেক' হোৱা বুলি দুখ কৰা, ক্ষেদ প্ৰ্কাশ কৰ...
Read More

মনৰ কথাঃ ডাঃ মিৰাকল আৰু শেষ ছোৱালীজনীলৈ শান্তিৰ নোবেল বঁটা:: নয়ন দেৱ চৌধুৰী

October 10, 2018 0
কিণ্ডলটোত পঢ়িমেই বুলি ৰাখি থোৱা বহুখিনি কিতাপৰ মাজত এখন হ’ল “The Last Girl"। ইৰাকৰ য়েজিদি (Yazidi) সম্প্ৰদায়ৰ এগৰাকী প্ৰচণ্ড সাহসী ...
Read More

দূৰবীণঃ বিশ্বৰ বজাৰলৈ অসমৰ পাৰম্পৰিক (খাদ্য আৰু) পানীয়ঃ পাৰম্পৰিক বিশেষত্ব তথা গুণ-মান নিশ্চিতি:: ড° ভগৎ লাল দত্ত

October 09, 2018 0
পট কথা (Background) বিশ্বৰ বিভিন্ন জাতি-জনগোষ্ঠীয়ে যুগ যুগ ধৰি পাৰম্পৰিক ভাৱে নিজৰ নিজৰ স্বকীয় বিশেষত্ব সমৃদ্ধ (খাদ্য আৰু) পানীয় প্ৰস্...
Read More

মনৰ কথাঃ পতনৰ বাবে দিয়া অঞ্জলি নেকি পতঞ্জলি? :: শোণিত কুমাৰ গোস্বামী

October 08, 2018 0
স্বদেশী বাৰু কোন হ’ব নোখোজে। সকলোৱে স্বদেশী হৈ ভাল পায়। কথা হ’ল আপুনি এজনক কেনেকৈ স্বদেশী কৰিছে। স্বদেশী হোৱাৰ সফলতা নিৰ্ভৰ কৰে স্বদেশীক...
Read More

মহীৰূহৰ লেখাঃ ৰাফাল চুক্তিৰ ৰহস্য আৰু বিজেপিৰ সংকট:: ড° হীৰেন গােহাঁই

October 07, 2018 1
দেশজুৰি প্ৰধান মন্ত্রী আৰু বিজেপি দলৰ প্ৰতি ৰাইজৰ মােহভংগ হৈছে। ৰাইজক দিয়া প্রতিটো প্রতিশ্রুতি, ৰাইজক দেখুৱা প্ৰতিটো আশা কাৰ্য্যক্ষেত্ৰ...
Read More

বিশ্লেষণঃ ৰাফেলৰ তালফাল:: পৰেশ মালাকাৰ

October 06, 2018 0
বিগত লোকসভা অধিবেশনৰ সময়তে কংগ্ৰেছৰ নতুন সভাপতি ৰাহুল গান্ধীয়ে দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিজ ভাষণৰ শেষত আলিংগন কৰাৰ কথা...
Read More

Post Bottom Ad

Responsive Ads Here

Pages