সুখ-দুখ LIVE -4 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিষয়ঃ শিশু-কিশোৰৰ মানসিক স্বাস্থ্য
অতিথিঃ নিউয়ৰ্কত কৰ্মৰত মনোবিজ্ঞানী জিন্না বৰদলৈ
সূত্ৰধাৰঃ অজয় লাল দত্ত, প্ৰতিষ্ঠাপক সম্পাদক, xukhdukh.com
----------------------------------------------------------------------
অতিথিৰ পৰিচয়ঃ জিন্না বৰদলৈ ৰাষ্ট্ৰীয় পুনৰ্নিবাস সংস্থাৰ rehabilitation council of India) অনুজ্ঞাপ্ৰাপ্ত নৈদানিক মনোবিজ্ঞানী (clinical psychologist)। তেওঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ পৰা ক্লিনিকেল ছাইকলজীৰ আৰু আমেৰিকাৰ Cornell Universityৰ পৰা Peer Counselingৰ প্ৰশিক্ষণপ্ৰাপ্ত। শ্ৰীযুতা বৰদলৈ বৰ্তমান invest on Health আৰু yourdost নামৰ অনুষ্ঠানত আমেৰিকাৰ নিউয়ৰ্কত নৈদানিক মনোবিজ্ঞানী হিচাবে কৰ্মৰত।

তেওঁ মনোনিৱেশ কৰা বিষয়সমূহ হ'ল সন্তানৰ লালন পালন (parenting), চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত মানসিক চাপ (job and academic stress), আধুনিক জীৱন প্ৰণালীৰ সমস্যা, যেনে উদ্বেগ আৰু হতাশগ্ৰস্ততা ( modern life style disease such as anxiety and depression), পৰিয়াল আৰু সম্বন্ধজনিত সমস্যা ( family and relationship issues)।

ফেচবুক লাইভ https://www.facebook.com/xukh.dukh.52 যোগে আৰু  https://www.facebook.com/axomiyarxukhdukh পেজত প্ৰচাৰিত হয়।  xukhdukh.com ৰ ইউটিউব চেনেলযোগেও আলোচনাটি অনলাইন উপলদ্ধ কৰা হৈছে।

No comments:

Post a Comment