2018 - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

মহীৰূহৰ লেখাঃ ধৰ্মৰ আতিশয্য, বিশ্বায়নৰ প্ৰতিস্ৰোত আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ ভাবুকি:: ড° হীৰেন গোহাঁই

October 23, 2018 0
কোনাে ব্যক্তি বা সম্প্রদায়ৰ ধর্মবিশ্বাসক আমি সন্দেহ বা নিন্দা নকৰোঁ, যিমান খিনিলৈ সি সমাজজীৱনক ক্ষতিগ্রস্ত নকৰে। কিন্তু সাম্প্রতিক কালত...
Read More

চিন্তনঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে কিয় জ্বলিছে অসম :: সাগৰ হাজৰিকা

October 23, 2018 0
উনবিংশ শতিকাৰ কথা, ছশ বছৰীয়া আহোম ৰাজত্বৰ অৱসানৰ পিছত অসমত যেতিয়া কোম্পানিৰ শাসন প্রবৰ্তন হৈছিল তেতিয়া বৃটিছৰ শাসন ব্যৱস্থাটো চলাবলৈ আধু...
Read More

মনৰ কথাঃ অসম বন্ধ-জেগাত হেঁচা পৰিব লাগে :: শৈলেন বৰুৱা

October 23, 2018 0
অসমত ইতিপূৰ্বে সংঘটিত গোষ্ঠী সংঘৰ্ষ, দিছপুৰৰ পথত হোৱা ৰক্তাক্ত আন্দোলন আদি কেইটামান ব্যাপক আন্দোলনৰ সময়ত নতুন দিল্লীত আছিলো ৷ হাতত মোবা...
Read More

চিন্তনঃ দুৰ্নীতিঃএক মাৰাত্মক সামাজিক ব্যাধি:: গীতালি দাস

October 16, 2018 0
ৰাকেশ পালৰ আশীৰ্বাদপুষ্ট হৈ যিসকলে প্ৰশাসনিক বিষয়াৰ চাকৰি লাভ কৰি নিজকে চাৰি পুৰুষলৈ গজগজীয়া কৰি লৈছিল আজি সেইসকলৰ দুৰ্দশাত আমি সকলোৱে হ...
Read More

চিন্তনঃ স্বচ্ছ ভাৰত অভিযানে ঢুকি নোপোৱা ‘আবর্জনা’বোৰ :: পাৰভিন চুলতানা

October 12, 2018 0
কিছুদিন পূৰ্বে নতুন দিল্লীত নিজ পিতৃৰ মৃতদেহৰ ওচৰত থিয় দি ক্রন্দনৰত হৈ থকা ১১ বছৰীয়া লৰা এজনৰ এক ফটো বহু চর্চিত হৈ পৰিছিল। ভাৰতবৰ্ষৰ লগত...
Read More

শ্ৰদ্ধাঞ্জলিঃ গংগা ৰক্ষাৰ বাবে শ্বহীদ হোৱা পৰিৱেশবিদ জি ডি আগৰৱালালৈ :: মণিকংকনা দাস

October 12, 2018 0
বিগত ২০১৪ চনত বাৰানসীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ বৰ্তমানৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদাত্ত কণ্ঠৰে কৈছিল যে তেওঁক...
Read More

মনৰ কথাঃ আপোনাৰ ফেচবুকৰ একাউন্টো হেক হৈছে নেকি? :: সুৰজিত নেওগ

October 11, 2018 0
ফেচবুকৰ একাউণ্ট হেকিং... মাজে মাজে ফেচবুকত এই শব্দ দুটা ব্যৱহাৰ কৰি বহুতে নিজৰ একাউন্ট 'হেক' হোৱা বুলি দুখ কৰা, ক্ষেদ প্ৰ্কাশ কৰ...
Read More

মনৰ কথাঃ ডাঃ মিৰাকল আৰু শেষ ছোৱালীজনীলৈ শান্তিৰ নোবেল বঁটা:: নয়ন দেৱ চৌধুৰী

October 10, 2018 0
কিণ্ডলটোত পঢ়িমেই বুলি ৰাখি থোৱা বহুখিনি কিতাপৰ মাজত এখন হ’ল “The Last Girl"। ইৰাকৰ য়েজিদি (Yazidi) সম্প্ৰদায়ৰ এগৰাকী প্ৰচণ্ড সাহসী ...
Read More

দূৰবীণঃ বিশ্বৰ বজাৰলৈ অসমৰ পাৰম্পৰিক (খাদ্য আৰু) পানীয়ঃ পাৰম্পৰিক বিশেষত্ব তথা গুণ-মান নিশ্চিতি:: ড° ভগৎ লাল দত্ত

October 09, 2018 0
পট কথা (Background) বিশ্বৰ বিভিন্ন জাতি-জনগোষ্ঠীয়ে যুগ যুগ ধৰি পাৰম্পৰিক ভাৱে নিজৰ নিজৰ স্বকীয় বিশেষত্ব সমৃদ্ধ (খাদ্য আৰু) পানীয় প্ৰস্...
Read More

মনৰ কথাঃ পতনৰ বাবে দিয়া অঞ্জলি নেকি পতঞ্জলি? :: শোণিত কুমাৰ গোস্বামী

October 08, 2018 0
স্বদেশী বাৰু কোন হ’ব নোখোজে। সকলোৱে স্বদেশী হৈ ভাল পায়। কথা হ’ল আপুনি এজনক কেনেকৈ স্বদেশী কৰিছে। স্বদেশী হোৱাৰ সফলতা নিৰ্ভৰ কৰে স্বদেশীক...
Read More

মহীৰূহৰ লেখাঃ ৰাফাল চুক্তিৰ ৰহস্য আৰু বিজেপিৰ সংকট:: ড° হীৰেন গােহাঁই

October 07, 2018 1
দেশজুৰি প্ৰধান মন্ত্রী আৰু বিজেপি দলৰ প্ৰতি ৰাইজৰ মােহভংগ হৈছে। ৰাইজক দিয়া প্রতিটো প্রতিশ্রুতি, ৰাইজক দেখুৱা প্ৰতিটো আশা কাৰ্য্যক্ষেত্ৰ...
Read More

বিশ্লেষণঃ ৰাফেলৰ তালফাল:: পৰেশ মালাকাৰ

October 06, 2018 0
বিগত লোকসভা অধিবেশনৰ সময়তে কংগ্ৰেছৰ নতুন সভাপতি ৰাহুল গান্ধীয়ে দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিজ ভাষণৰ শেষত আলিংগন কৰাৰ কথা...
Read More

ৰূপালী পৰ্দাঃ ভিলেজ ৰকষ্টাৰৰ 'বাৰ্তা' আৰু দৰ্শকৰ অনুভৱ:: ৰূপান্তৰ বৰপাত্ৰ গোহাঁই

September 30, 2018 0
ৰীমা দাস পৰিচালিত তথা নিৰ্মিত ভিলেজ ৰকষ্টাৰ চিনেমাখন চালো।বিশ্বৰ শ্ৰেষ্ঠ ছবিৰ সৰ্বোচ্চ প্ৰতিযোগিতাখনলৈ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ...
Read More

স্বাস্থ্য চৰ্চাঃ জেনেৰিক ঔষধ বনাম ব্ৰেণ্ডেড ঔষধ:: ডা০ ভূপেন শইকীয়া

September 30, 2018 0
ব্ৰেণ্ডেড মেডিচিননো কি ? যি কোনো ৰোগৰ এটা দৰব উদ্ভাৱন কৰোতে দৰবৰ কোম্পানীয়ে বহু ধন আৰু সময় খৰছ কৰিবলগীয়া হয়৷ সেই দৰবৰ গুণাগুণ পোনতে লে...
Read More

প্ৰৱন্ধঃ সংৰচনাত্মক চিন্তাৰ অনুশীলন আৰু সমাজ উত্তৰণ :: ড° বিজয় কৃষ্ণ চেতিয়া

September 28, 2018 0
সাম্প্ৰতিক সময়ত সংৰ্কীণ ধৰ্মীয় মৌলবাদৰ বহুল প্ৰচাৰ আৰু চৰ্চাৰ আৰু ইয়াৰ সমান্তৰালভাৱে উগ্ৰ জাতীয়তাবাদৰ উত্থানে বিশ্বজনীন সমাজ ব্যৱস্থাকে ...
Read More

চিন্তন:: অসমীয়া ভাষাকেন্দ্ৰিক জাতীয়তাবাদ কিয় লাগে? ::শোণিত কুমাৰ গোস্বামী

September 24, 2018 0
অসমত অসমীয়াৰ জাতীয়তাবাদ কি? অসমীয়া লোকৰ জাতীয়তাবাদ আছেনে ? অসমীয়াই জাতীয়তাবাদৰ সূত্ৰ কিদৰে নিৰ্ধাৰণ কৰিছে। এনেবোৰ প্ৰশ্নৰ অৱতাৰণা কেতিয়া...
Read More

সাক্ষাৎকাৰঃ অসমীয়াৰ গৌৰৱ উদ্ভাৱক উদ্ধৱ ভৰালীৰ সৈতে:: ভাস্কৰজ্যোতি ডেকা

September 16, 2018 1
কঠোৰ পৰিশ্ৰম, ত্যাগ, সাহস আৰু সংগ্ৰামৰ যেন এক প্রতীকি নাম উদ্ধৱ ভৰালী। একাগ্রতা আৰু নিৰলস সাধনাৰ মাজেৰে উদ্ভাৱনৰ জগতখনত এক নতুন মাত্রা দ...
Read More

প্ৰৱন্ধঃ ৰাখীগঢ়ীৰ ৰহস্যঃ ইতিহাস আৰু বিতৰ্ক :: ৰূপশ্ৰী বৰা বৰদলৈ

September 14, 2018 0
সিন্ধু সভ্যতা বৈদিক আৰ্যসকলৰ সভ্যতা আছিল নেকি ? নে আৰ্যসকল আছিল ভাৰতৰ বাহিৰৰ পৰা অহা আক্ৰমণকাৰী ? ভাৰতীয় সভ্যতাৰ আৰম্ভণি কোনে কৰিছিল?...
Read More

প্ৰেৰণামূলকঃ জীয়াই থকাৰ প্ৰমাণ উশাহ নহয় জীৱনময়তাহে... :: কাবেৰী গোস্বামী

September 13, 2018 0
আমাৰ ঘৰত বৰমাই এদিন এটি শিশুক সোধা মনত আছে, "তুমি কাক আটাইতকৈ বেছি ভাল পোৱা?" শিশুটিয়ে কৈছিল, "নিজকে"৷ সেয়া আছিল এটি...
Read More

মহীৰূহৰ লেখাঃ অসম আৰু জাতীয় সংস্কৃতিৰ বিলুপ্তি:: ড° হীৰেন গােহাঁই

September 12, 2018 0
ভাৰতে নব্য-উদাৰ অর্থনীতি গ্রহণ কৰাৰ ফলত “বিশ্বায়ন”ৰ গৌৰৱ-ধ্বজাৰ আঁৰত জাতীয় সংস্কৃতিৰ প্রতি বিজাতীয় সংস্কৃতি প্লাৱনে কি ভাবুকি আনিছে,...
Read More

ভাল খবৰঃ 'দাই' লৈ নগাঁও আন্তঃৰাষ্ট্ৰীয় চুটি ছবি, তথ্যচিত্র মহােৎসৱৰ শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান

September 11, 2018 0
প্ৰথমবাৰৰ বাবে অনুষ্ঠিত নগাঁও আন্তঃৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্যচিত্র মহােৎসৱৰ পৰহি নিশা সফল সামৰণি পৰে।  যােৱা ৮ ছেপ্টেম্বৰত নগাঁও জিলাৰ...
Read More

বিশ্লেষণঃ নাগৰিকপঞ্জী উন্নীতকৰণ: এই সন্দেহৰ অন্ত আছেনে? :: পাৰভিন চুলতানা

September 11, 2018 0
এন আৰ চিৰ দ্বিতীয় খচৰা প্রকাশ পোৱাৰ পিছত যিসকলৰ নাম বাদ পৰিছিল, তেওঁলোকে ধৈর্য্য সহকাৰে প্রক্রিয়াটো সময় মতে সম্পূর্ণ হোৱালৈ বাট চাই আছিল...
Read More

মনৰ কথাঃ দুৰ্ঘটনাৰ বাতৰি পৰিবেশন কৰোঁতে সাংবাদিকসকল অলপ সচেতন হওক:: পংকজজ্যোতি মহন্ত

September 10, 2018 0
ধাৰাবাহিক ভাৱে যেতিয়া একেধৰণৰ কেইটামান বেয়া ঘটনা কেইদিনমান বা সপ্তাহৰ ভিতৰতে ঘটে, সেই ঘটনাবোৰ সম্পৰ্কীয় কথা-বতৰা কিছুমানে সাধাৰণ মানুহৰ ...
Read More

প্ৰৱন্ধঃ সত্ৰ ব্যৱস্থাপনা আৰু ধৰ্মৰ চাৰিখুঁটি:: ভাস্কৰজ্যোতি মহন্ত

September 09, 2018 0
অসমীয়া জাতিৰ জনক শ্ৰীমন্ত শংকৰদেৱৰ মানৱতাবাদী আধ্যাত্মিকতাই পঞ্চদশ শতিকাৰ পৰাই অসম মুলুকত  আর্থ-সামাজিক আৰু সাংস্কৃতিক নৱজাগৰণ সৃষ্টি ক...
Read More

প্ৰৱন্ধঃ অশান্ত ইলেক্ট্ৰনৰ পৰা প্ৰশান্ত মহাসাগৰলৈঃ অসমীয়াত্বৰ সন্ধানত এখোজ:: ময়ূৰ বৰা

September 08, 2018 0
দুমাহমানৰ পৰাই এই লেখাটোৰ আঁৰৰ কথাবােৰে আমনি দি আছিল। লিখিবলৈ লৈও একাধিকবাৰ থমকি ৰৈছিলোঁ। মূল কাৰণটো হ'ল মােৰ মনৰ ভিতৰৰ দ্বিধাগ্রস্ত...
Read More

ভাল খবৰঃ বিশ্ব চেম্পিয়ন হৈ জিলিকিছে অসমীয়া কিশোৰ হৃদয় হাজৰিকা

September 08, 2018 0
দক্ষিণ কোৰিয়াৰ ছাংৱনত চলি থকা আই.এছ.এছ.এফ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি জুনিয়ৰ ১০ মিটাৰ এয়াৰ ৰাইফলত স্বৰ্ণপদক জয় কৰিলে...
Read More

চিন্তনঃ চিন্তাৰ স্বাধীনতাত হস্তক্ষেপ কৰাৰ অধিকাৰ ৰাষ্ট্ৰক কোনে দিলে ::পৰেশ মালাকৰ

September 07, 2018 0
এতিয়ালৈকে পৃথিৱীত কোনোবাই জোৰজবৰদস্তি কৰি, প্ৰজাৰ অশান্তি কৰি শাসন কায়েম কৰি থাকিব পাৰিছে নে? অতীজতে পৰা নাছিল, এতিয়া কেনেকৈ পাৰিব? আৰু ...
Read More

মনৰ কথাঃ গাড়ী চালকৰ ৰূপত আপুনি লব লগা সাৱধানতা:: শৈলেন বৰুৱা

September 06, 2018 0
সিদিনা শিৱসাগৰত দিখৌ নৈত পৰি এটা পৰিয়াল সন্ধানহীন হোৱা মৰ্মন্তুদ ঘটনাটোৱে সৰু গাড়ী চলোৱা আমাৰ দৰে মানুহবোৰলৈ কেইবাটাও "শিক্ষা&quo...
Read More

সাম্প্ৰতিক প্ৰসংগঃ পৰিবৰ্তনৰ ৰিভাৰ্চ গিয়েৰ আৰু মিত্ৰ পুঁজিপতিৰ ঘৰত লক্ষ্মীবৰ্ষণ:: সঞ্জীত কুমাৰ বৰদলৈ

September 05, 2018 0
পৰিৱর্তনৰ শ্ল’গান দি দিল্লী দখল কৰা নৰেন্দ্র মােদী নেতৃত্বাধীন বিজেপি-মিত্রদলৰ চৰকাৰখনৰ প্রতি ৰাইজৰ আস্থা ক্ৰমাৎ কমিব ধৰিছে। মােদীজীয়ে ...
Read More

চিন্তনঃ দেশত কোনে চলাইছে হত্যাকাৰীৰ মাল্যাপৰ্ণৰ ৰাজনীতি:: অনন্ত কলিতা

September 04, 2018 0
সম্প্রতি বিপৰীতধর্মী, দুটা আলােড়নকাৰী সংবাদে দেশৰ জনসাধাৰণৰ বিশেষ দৃষ্টি আকর্ষণ কৰিছে। প্ৰথমটো হ’ল, হার্ভার্ড বিশ্ববিদ্যালয়ত শিক্ষাগ্রহ...
Read More

মনৰ কথাঃ উত্তৰ-পূৱ গ্ৰন্থমেলাক লৈ বিতৰ্ক আৰু অসমীয়া প্ৰকাশকৰ সমস্যা:: সৌমিত্ৰ যোগী

September 03, 2018 1
(১) সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই দশক পূৰ্বৰে পৰা সফলতাৰে গুৱাহাটীৰ চানমাৰি খেলাত অনুষ্ঠিত কৰি অহা  উত্তৰ-পূব গ্ৰন্থমেলাখন...
Read More

সম্পাদকীয়ঃ ডক্টৰেটে যেতিয়া হব খোজে পিয়নঃ শিক্ষিত নিবনুৱাৰ সমস্যা কোন দিশে?

September 03, 2018 1
ভাৰতবৰ্ষত প্ৰতি বছৰেই আনুষ্ঠানিক শিক্ষাৰ চাৰ্টিফিকেট লৈ লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে কৰ্ম-সংস্থান বিচাৰি ওলাই আহে। চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান...
Read More

বিশ্লেষণঃ অপৰিকল্পিত গুৱাহাটী বনাম স্মাৰ্ট চিটিৰ স্বপ্ন:: অনন্ত কলিতা

September 02, 2018 0
আমি গুৱাহাটী চহৰৰ পৰিকল্পনা সম্বন্ধে যােৱা দহ বছৰ ধৰি অনেক প্রবন্ধই লিখিছিলাে। স্পষ্টভাৱে উল্লেখ কৰিছিলাে যে গুৱাহাটী চহৰখন যি পৰিকল্পনা...
Read More

প্ৰৱন্ধঃ ৰাণা আয়ুবৰ কলমৰ জীয়া ছবি "গুজৰাট ফাইলছ এনাট'মী অৱ এ ক'ভাৰ আপ":: মণিকংকনা দাস

September 01, 2018 0
ৰাণা আয়ুব, যি গৰাকী নাৰীৰ  কলমৰ শক্তিৰ বাবে গুজৰাটৰ গৃহমন্ত্ৰী হৈ থকা অৱস্থাত কাৰাগাৰলৈ যাবলগীয়া হৈছিল বিজেপিৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় অধ্য...
Read More

ভাল খবৰঃ সুখী হোৱাৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰিলে কেজৰীৱাল চৰকাৰে:: সন্জীত কুমাৰ বৰদলৈ

September 01, 2018 0
চৰকাৰী স্কুলৰ আন্তঃগাঁথনিমূলক উন্নয়ন কৰা, চৰকাৰী স্কুলৰ শিক্ষকক বিদেশত প্ৰশিক্ষণ দিওৱাতেই ক্ষান্ত থকা নাই দিল্লীৰ কেজৰীৱাল চৰকাৰে। এইবাৰ...
Read More

চিন্তনঃ জলবিদ্যুৎ প্ৰকল্পৰ নদী-বান্ধ: কোম্পানীৰ সম্পদ, ৰাইজৰ বিপদ:: ইন্দ্ৰজিত বৰা

September 01, 2018 0
নদী বান্ধৰ সৰু-বৰ নাই। সৰু বান্ধৰো ক্ৰমবৰ্ধমান প্ৰভাৱ আছে। আচলতে উপত্যকাত প্ৰতি বছৰে হৈ থকা ভৈয়ামৰ প্ৰলয়ৰূপী বানপানী আৰু জলবিদ্যুৎ বান্ধ...
Read More

তাজা খবৰঃ সংঘাতৰ পৰা স্বৰ্ণলৈ স্বপ্না বৰ্মন:: নীলিম অনুৰাগ

August 30, 2018 0
এছিয়াডত স্বৰ্ণ পদক জিনি স্বপ্না বৰ্মণ ৰাতিটোৰে ভিতৰতে হৈ পৰিল এটি চিনাকি নাম৷ কালি এছিয়ান গেমছৰ হেপ্টাথলন প্ৰতিযোগিতাত সোণ জয় কৰি দেশৰ...
Read More

মনৰ কথাঃ খেলুৱৈৰ প্ৰতিভা, জাতি আৰু হিমা দাস:: শোণিত কুমাৰ গোস্বামী

August 30, 2018 0
এটা জাতিৰ বাবে, এগৰাকী শিল্পীৰ পাছত সকলোকে সন্মোহিত কৰি ৰাখিৱ পৰা শক্তি এজন খেলুৱৈৰ হাতত থাকে। সেয়ে শিল্পীসকলৰ পাছত এই দেশত খেলুৱৈৰ জনপ্...
Read More

বাতৰিঃ জেএনইউত ‘ইশান উদয়’:: এবিভিপিয়ে উগ্ৰপন্থী সজালে উত্তৰ-পূৱৰ শিক্ষাৰ্থী সমাজক

August 29, 2018 0
দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত কালি সংঘটিত হোৱা ঘটনাৰ বিৱৰণ ৰাজহুৱা হোৱা লগে লগেই বহু কেউটা প্ৰশ্নৰ উদ্ৰেক ঘটিছে। জেএনইউৰ ছাত্ৰ...
Read More

মনৰ কথাঃ আমি অসমীয়া নহওঁ দুখীয়া আৰু বিজতৰীয়া সংস্কৃতি:: দীপাংকৰ মল্ল বৰুৱা

August 29, 2018 0
২০০৩ চনত এটা বিভাগীয় প্ৰশিক্ষণৰ বাবে তিনিজন সহকৰ্মীৰ সৈতে আমেৰিকালৈ গৈছিলোঁ। প্ৰশিক্ষণ আয়োজন কৰা কোম্পানীটোৰ এজন বিষয়া কেনি জৰ্ডানৰ লগত ...
Read More

চিন্তনঃ এন আৰ চিৰ খচৰা আৰু বর্ধিত ভিজিলান্টিজিমৰ সমস্যা:: পাৰভিন চুলতানা

August 28, 2018 0
এন.আৰ.চি.ৰ দ্বিতীয় আৰু সম্পূর্ণ খচৰা প্রকাশ হোৱাৰ প্রায় এমাহে হল। খচৰাখন প্রকাশ হোৱাৰ দিনৰে পৰা বিভিন্ন ধৰণৰ বিভ্রান্তিমূলক ৰাজনীতি আৰম্ভ ...
Read More

মনৰ কথাঃ পাপ্পাৰাজি চেনেলৰপৰা হিমাক বচাব লাগিব:: পেইম থি গোহাঁই

August 27, 2018 0
সূত্ৰ: কেইদিনমানৰ পিছত হিমাই অসমত পদাৰ্পণ কৰিব। তাৰ পিছত কি কি হ'ব। কি কি কৰিব লাগিব।  ১) কোনোবা চেনেলে সম্ভৱত তেওঁক 'হাইজেক...
Read More

মুক্তচিন্তাঃ শিল্পীৰ স্বাধীনতাৰ সীমাৰেখা কি? ডাঃ অজিত কুমাৰ পটঙ্গীয়া

August 27, 2018 0
অসমৰ কোনো কোনো জাতীয় সংগঠনে ৰঙালী বিহুৰ বতৰত অনুস্থিত হোৱা সাংস্কৃতিক অনুস্থানসমূহত সংগীতৰ অনুস্থান পৰিবেশনৰ সময়ত জাতীয় সাজপাৰ পৰিধান ক...
Read More

ভাল খবৰঃ বিশ্বশ্ৰেষ্ঠ চাহৰ খিতাপ আৰ্জিলে অসমৰ থলুৱা আত্ম-সহায়ক চাহ উৎপাদক গোটৰ 'অৰ্চনা ব্লেক টী'য়ে

August 26, 2018 0
হংকংত অনুষ্ঠিত হোৱা চিটিচিৰ আন্তৰ্জাতিক চাহ প্ৰতিযোগিতাত শ্ৰেষ্ঠতাৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হ'ল অসমৰ শোণিতপুৰৰ নাহৰবাৰী চাহ কাৰখান...
Read More

Post Bottom Ad

Responsive Ads Here

Pages