অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

January 26, 2014 0
গণৰাজ্য দিৱস আৰু  ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়  - ড° বুলজিৎ বুঢ়াগোহাঁই ধেমাজি জিলাত এখন অভিযান্ত্রিক মহাবিদ্যালয় স্থাপন হ’ব বুলি...
Read More

আজিৰ ভাল খবৰবোৰ

January 25, 2014 0
১. প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ শীৰ্ষ বঁটা লাভ কৰিলে ভাৰতে। কেৰেলা ৰাজ্যই পৰ্যটনৰ ক্ষেত্ৰত গ্ৰহণ কৰা নতুন পদক্ষেপবোৰৰ ...
Read More

ৰাষ্ট্ৰীয় গুজৱ

January 25, 2014 0
                 হাস্য ব্যংগৰে সত্যৰ সন্ধান ১. অসমীয়া সুন্দৰী মহিলা সংঘই ইণ্ডিয়ান ৰেকৰ্ড বুকচত নিজৰ নাম লিখিবলৈ সক্ষম হৈছে৷ জানিব পৰা মতে...
Read More

মিচা ক'লে কি ডাল হব?

January 25, 2014 1
নিৰ্মল দৰবাৰত ৰাহুল বাবা অজয় লাল দত্ত বাবা, আপোনালৈ কোটি কোটি প্ৰণাম। এই স্বৰেৰে কথা আৰম্ভ কৰা হয় এই দৰবাৰত। দিল্লীত বহে এই নিৰ্মল দৰ...
Read More

আজিৰ ভাল খবৰবোৰ

January 24, 2014 0
১. তেজপুৰত ৰিক্সাচালক ৰিংকু বৰাই দেখুওৱালে সততাৰ সঁচা নিদৰ্শণঃ আঢ়ৈ লাখ টকাৰ সোণৰ গহণা আৰু ধন সমৃদ্ধ টোপোলা আৰক্ষী যোগে গৰাকীক গতাই দ...
Read More

মুকলি চিন্তা

January 24, 2014 0
বিদেশী সমস্যা আৰু অসম বন্ধ অগ্নিভ দত্ত অনুপ্ৰ ৱে শ এই শব্দটোৱে যোৱা কে’বাটাও দশক ধৰি অসম তথা অসমবাসী ৰাইজক বাৰুকৈয়ে আগুৰি ধৰি ৰ...
Read More

আজিৰ ভাল খবৰবোৰ

January 23, 2014 0
১. খা ম-চিফুং আৰু বড়ো চিখলাৰ বাগৰুম্বাৰ ছন্দেৰে গোলাঘাটত কালিৰে পৰা গোলাঘাট জিলাৰ চিচুপানীৰ বিষ্ণু-বিজয় ক্ষেত্ৰত আৰম্ভ হৈছে ৫৩তম বড়ে...
Read More

লোকেল গুজৱ.কম

January 23, 2014 0
হাস্য ব্যংগৰে সত্যৰ সন্ধান ১. জাতীয় সংগঠন সমূহৰ সতে কিছুমান ক্ষেত্ৰত সহমত প্ৰকাশ কৰিলে পৰমানন্দ সাহিত্য সংস্থাইঃ চান্দা তোলা, চান্দাৰ ...
Read More

ৰস ৰচনাঃ

January 23, 2014 0
যি কম মিছা কম,  মিছাৰ বাহিৰে একো নকওঁ দেৱজিত শইকীয়া মানুহে কয় “মিছা কথাৰ ঠেং চুটি”, পিছে সেইটোও এটা গোকা ট মিছা। আপুনি ক ওঁ কচো...
Read More

পলকতে সুখ দুখৰ বতৰা

January 22, 2014 0
আজিৰ ভাল খবৰবোৰ ১. বৰেণ্য অসমীয়া বিজ্ঞানী ডঃ জীতেন্দ্ৰনাথ গোস্বামীলৈ "বৰ্ষশ্ৰেষ্ঠ অসমীয়া" বঁটা প্ৰদান কৰিলে নিউজ লাইভেঃ টিভ...
Read More

লোকেল গুজৱ.কম

January 22, 2014 0
হাস্য ব্যংগৰে সত্যৰ সন্ধান ১. "টিউৱ লাইট" চেনেলৰ বৰ্ষপুতিত মুখ্য অতিথিয়ে সুৰ্নিদিষ্ট লক্ষ্য থাকিলে সফলতা নিশ্চিত বুলি মন্তব্য...
Read More

বিদেশৰ চিঠি

January 22, 2014 1
কাটাৰৰ পৰা  ডা০ ভূপেন শইকীয়াৰ কলমত প্ৰবাসত এক অগতানুগতিক মাঘ বিহু   প্ৰবাসত এখন অসমীয়া সমাজ আনুষ্ঠানিকভাবে গঢ় ললেও সমবেত হৈ যি কোনো ...
Read More

পলকতে সুখ দুখৰ বতৰা

January 21, 2014 0
আজিৰ ভাল খবৰবোৰ ১. সমন্বয়ৰ বাণীৰে শতাধিক কবিৰ কবিতাৰে তেজপুৰ গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত হ'ল বহুভাষিক কবি সন্মিলনঃ  অসমীয়া, বড়ো,...
Read More