September 2018 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰূপালী পৰ্দাঃ ভিলেজ ৰকষ্টাৰৰ 'বাৰ্তা' আৰু দৰ্শকৰ অনুভৱ:: ৰূপান্তৰ বৰপাত্ৰ গোহাঁই

September 30, 2018 0
ৰীমা দাস পৰিচালিত তথা নিৰ্মিত ভিলেজ ৰকষ্টাৰ চিনেমাখন চালো।বিশ্বৰ শ্ৰেষ্ঠ ছবিৰ সৰ্বোচ্চ প্ৰতিযোগিতাখনলৈ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ...
Read More

স্বাস্থ্য চৰ্চাঃ জেনেৰিক ঔষধ বনাম ব্ৰেণ্ডেড ঔষধ:: ডা০ ভূপেন শইকীয়া

September 30, 2018 2
ব্ৰেণ্ডেড মেডিচিননো কি ? যি কোনো ৰোগৰ এটা দৰব উদ্ভাৱন কৰোতে দৰবৰ কোম্পানীয়ে বহু ধন আৰু সময় খৰছ কৰিবলগীয়া হয়৷ সেই দৰবৰ গুণাগুণ পোনতে লে...
Read More

প্ৰৱন্ধঃ সংৰচনাত্মক চিন্তাৰ অনুশীলন আৰু সমাজ উত্তৰণ :: ড° বিজয় কৃষ্ণ চেতিয়া

September 28, 2018 0
সাম্প্ৰতিক সময়ত সংৰ্কীণ ধৰ্মীয় মৌলবাদৰ বহুল প্ৰচাৰ আৰু চৰ্চাৰ আৰু ইয়াৰ সমান্তৰালভাৱে উগ্ৰ জাতীয়তাবাদৰ উত্থানে বিশ্বজনীন সমাজ ব্যৱস্থাকে ...
Read More

চিন্তন:: অসমীয়া ভাষাকেন্দ্ৰিক জাতীয়তাবাদ কিয় লাগে? ::শোণিত কুমাৰ গোস্বামী

September 24, 2018 0
অসমত অসমীয়াৰ জাতীয়তাবাদ কি? অসমীয়া লোকৰ জাতীয়তাবাদ আছেনে ? অসমীয়াই জাতীয়তাবাদৰ সূত্ৰ কিদৰে নিৰ্ধাৰণ কৰিছে। এনেবোৰ প্ৰশ্নৰ অৱতাৰণা কেতিয়া...
Read More

সাক্ষাৎকাৰঃ অসমীয়াৰ গৌৰৱ উদ্ভাৱক উদ্ধৱ ভৰালীৰ সৈতে:: ভাস্কৰজ্যোতি ডেকা

September 16, 2018 1
কঠোৰ পৰিশ্ৰম, ত্যাগ, সাহস আৰু সংগ্ৰামৰ যেন এক প্রতীকি নাম উদ্ধৱ ভৰালী। একাগ্রতা আৰু নিৰলস সাধনাৰ মাজেৰে উদ্ভাৱনৰ জগতখনত এক নতুন মাত্রা দ...
Read More

প্ৰৱন্ধঃ ৰাখীগঢ়ীৰ ৰহস্যঃ ইতিহাস আৰু বিতৰ্ক :: ৰূপশ্ৰী বৰা বৰদলৈ

September 14, 2018 0
সিন্ধু সভ্যতা বৈদিক আৰ্যসকলৰ সভ্যতা আছিল নেকি ? নে আৰ্যসকল আছিল ভাৰতৰ বাহিৰৰ পৰা অহা আক্ৰমণকাৰী ? ভাৰতীয় সভ্যতাৰ আৰম্ভণি কোনে কৰিছিল?...
Read More

প্ৰেৰণামূলকঃ জীয়াই থকাৰ প্ৰমাণ উশাহ নহয় জীৱনময়তাহে... :: কাবেৰী গোস্বামী

September 13, 2018 0
আমাৰ ঘৰত বৰমাই এদিন এটি শিশুক সোধা মনত আছে, "তুমি কাক আটাইতকৈ বেছি ভাল পোৱা?" শিশুটিয়ে কৈছিল, "নিজকে"৷ সেয়া আছিল এটি...
Read More

মহীৰূহৰ লেখাঃ অসম আৰু জাতীয় সংস্কৃতিৰ বিলুপ্তি:: ড° হীৰেন গােহাঁই

September 12, 2018 0
ভাৰতে নব্য-উদাৰ অর্থনীতি গ্রহণ কৰাৰ ফলত “বিশ্বায়ন”ৰ গৌৰৱ-ধ্বজাৰ আঁৰত জাতীয় সংস্কৃতিৰ প্রতি বিজাতীয় সংস্কৃতি প্লাৱনে কি ভাবুকি আনিছে,...
Read More

ভাল খবৰঃ 'দাই' লৈ নগাঁও আন্তঃৰাষ্ট্ৰীয় চুটি ছবি, তথ্যচিত্র মহােৎসৱৰ শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান

September 11, 2018 0
প্ৰথমবাৰৰ বাবে অনুষ্ঠিত নগাঁও আন্তঃৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্যচিত্র মহােৎসৱৰ পৰহি নিশা সফল সামৰণি পৰে।  যােৱা ৮ ছেপ্টেম্বৰত নগাঁও জিলাৰ...
Read More

বিশ্লেষণঃ নাগৰিকপঞ্জী উন্নীতকৰণ: এই সন্দেহৰ অন্ত আছেনে? :: পাৰভিন চুলতানা

September 11, 2018 0
এন আৰ চিৰ দ্বিতীয় খচৰা প্রকাশ পোৱাৰ পিছত যিসকলৰ নাম বাদ পৰিছিল, তেওঁলোকে ধৈর্য্য সহকাৰে প্রক্রিয়াটো সময় মতে সম্পূর্ণ হোৱালৈ বাট চাই আছিল...
Read More

মনৰ কথাঃ দুৰ্ঘটনাৰ বাতৰি পৰিবেশন কৰোঁতে সাংবাদিকসকল অলপ সচেতন হওক:: পংকজজ্যোতি মহন্ত

September 10, 2018 0
ধাৰাবাহিক ভাৱে যেতিয়া একেধৰণৰ কেইটামান বেয়া ঘটনা কেইদিনমান বা সপ্তাহৰ ভিতৰতে ঘটে, সেই ঘটনাবোৰ সম্পৰ্কীয় কথা-বতৰা কিছুমানে সাধাৰণ মানুহৰ ...
Read More

প্ৰৱন্ধঃ সত্ৰ ব্যৱস্থাপনা আৰু ধৰ্মৰ চাৰিখুঁটি:: ভাস্কৰজ্যোতি মহন্ত

September 09, 2018 0
অসমীয়া জাতিৰ জনক শ্ৰীমন্ত শংকৰদেৱৰ মানৱতাবাদী আধ্যাত্মিকতাই পঞ্চদশ শতিকাৰ পৰাই অসম মুলুকত  আর্থ-সামাজিক আৰু সাংস্কৃতিক নৱজাগৰণ সৃষ্টি ক...
Read More

প্ৰৱন্ধঃ অশান্ত ইলেক্ট্ৰনৰ পৰা প্ৰশান্ত মহাসাগৰলৈঃ অসমীয়াত্বৰ সন্ধানত এখোজ:: ময়ূৰ বৰা

September 08, 2018 0
দুমাহমানৰ পৰাই এই লেখাটোৰ আঁৰৰ কথাবােৰে আমনি দি আছিল। লিখিবলৈ লৈও একাধিকবাৰ থমকি ৰৈছিলোঁ। মূল কাৰণটো হ'ল মােৰ মনৰ ভিতৰৰ দ্বিধাগ্রস্ত...
Read More

ভাল খবৰঃ বিশ্ব চেম্পিয়ন হৈ জিলিকিছে অসমীয়া কিশোৰ হৃদয় হাজৰিকা

September 08, 2018 0
দক্ষিণ কোৰিয়াৰ ছাংৱনত চলি থকা আই.এছ.এছ.এফ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি জুনিয়ৰ ১০ মিটাৰ এয়াৰ ৰাইফলত স্বৰ্ণপদক জয় কৰিলে...
Read More

চিন্তনঃ চিন্তাৰ স্বাধীনতাত হস্তক্ষেপ কৰাৰ অধিকাৰ ৰাষ্ট্ৰক কোনে দিলে ::পৰেশ মালাকৰ

September 07, 2018 0
এতিয়ালৈকে পৃথিৱীত কোনোবাই জোৰজবৰদস্তি কৰি, প্ৰজাৰ অশান্তি কৰি শাসন কায়েম কৰি থাকিব পাৰিছে নে? অতীজতে পৰা নাছিল, এতিয়া কেনেকৈ পাৰিব? আৰু ...
Read More

মনৰ কথাঃ গাড়ী চালকৰ ৰূপত আপুনি লব লগা সাৱধানতা:: শৈলেন বৰুৱা

September 06, 2018 0
সিদিনা শিৱসাগৰত দিখৌ নৈত পৰি এটা পৰিয়াল সন্ধানহীন হোৱা মৰ্মন্তুদ ঘটনাটোৱে সৰু গাড়ী চলোৱা আমাৰ দৰে মানুহবোৰলৈ কেইবাটাও "শিক্ষা&quo...
Read More

সাম্প্ৰতিক প্ৰসংগঃ পৰিবৰ্তনৰ ৰিভাৰ্চ গিয়েৰ আৰু মিত্ৰ পুঁজিপতিৰ ঘৰত লক্ষ্মীবৰ্ষণ:: সঞ্জীত কুমাৰ বৰদলৈ

September 05, 2018 0
পৰিৱর্তনৰ শ্ল’গান দি দিল্লী দখল কৰা নৰেন্দ্র মােদী নেতৃত্বাধীন বিজেপি-মিত্রদলৰ চৰকাৰখনৰ প্রতি ৰাইজৰ আস্থা ক্ৰমাৎ কমিব ধৰিছে। মােদীজীয়ে ...
Read More

চিন্তনঃ দেশত কোনে চলাইছে হত্যাকাৰীৰ মাল্যাপৰ্ণৰ ৰাজনীতি:: অনন্ত কলিতা

September 04, 2018 0
সম্প্রতি বিপৰীতধর্মী, দুটা আলােড়নকাৰী সংবাদে দেশৰ জনসাধাৰণৰ বিশেষ দৃষ্টি আকর্ষণ কৰিছে। প্ৰথমটো হ’ল, হার্ভার্ড বিশ্ববিদ্যালয়ত শিক্ষাগ্রহ...
Read More

মনৰ কথাঃ উত্তৰ-পূৱ গ্ৰন্থমেলাক লৈ বিতৰ্ক আৰু অসমীয়া প্ৰকাশকৰ সমস্যা:: সৌমিত্ৰ যোগী

September 03, 2018 1
(১) সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই দশক পূৰ্বৰে পৰা সফলতাৰে গুৱাহাটীৰ চানমাৰি খেলাত অনুষ্ঠিত কৰি অহা  উত্তৰ-পূব গ্ৰন্থমেলাখন...
Read More

সম্পাদকীয়ঃ ডক্টৰেটে যেতিয়া হব খোজে পিয়নঃ শিক্ষিত নিবনুৱাৰ সমস্যা কোন দিশে?

September 03, 2018 1
ভাৰতবৰ্ষত প্ৰতি বছৰেই আনুষ্ঠানিক শিক্ষাৰ চাৰ্টিফিকেট লৈ লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে কৰ্ম-সংস্থান বিচাৰি ওলাই আহে। চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান...
Read More

বিশ্লেষণঃ অপৰিকল্পিত গুৱাহাটী বনাম স্মাৰ্ট চিটিৰ স্বপ্ন:: অনন্ত কলিতা

September 02, 2018 0
আমি গুৱাহাটী চহৰৰ পৰিকল্পনা সম্বন্ধে যােৱা দহ বছৰ ধৰি অনেক প্রবন্ধই লিখিছিলাে। স্পষ্টভাৱে উল্লেখ কৰিছিলাে যে গুৱাহাটী চহৰখন যি পৰিকল্পনা...
Read More

প্ৰৱন্ধঃ ৰাণা আয়ুবৰ কলমৰ জীয়া ছবি "গুজৰাট ফাইলছ এনাট'মী অৱ এ ক'ভাৰ আপ":: মণিকংকনা দাস

September 01, 2018 0
ৰাণা আয়ুবৰ কলমৰ জীয়া ছবি "গুজৰাট ফাইলছ এনাট'মী অৱ এ ক'ভাৰ আপ" মণিকংকনা দাস ৰাণা আয়ুব, যি গৰাকী নাৰীৰ  কলমৰ শক্তিৰ বাবে ...
Read More

ভাল খবৰঃ সুখী হোৱাৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰিলে কেজৰীৱাল চৰকাৰে:: সন্জীত কুমাৰ বৰদলৈ

September 01, 2018 0
চৰকাৰী স্কুলৰ আন্তঃগাঁথনিমূলক উন্নয়ন কৰা, চৰকাৰী স্কুলৰ শিক্ষকক বিদেশত প্ৰশিক্ষণ দিওৱাতেই ক্ষান্ত থকা নাই দিল্লীৰ কেজৰীৱাল চৰকাৰে। এইবাৰ...
Read More

চিন্তনঃ জলবিদ্যুৎ প্ৰকল্পৰ নদী-বান্ধ: কোম্পানীৰ সম্পদ, ৰাইজৰ বিপদ:: ইন্দ্ৰজিত বৰা

September 01, 2018 0
নদী বান্ধৰ সৰু-বৰ নাই। সৰু বান্ধৰো ক্ৰমবৰ্ধমান প্ৰভাৱ আছে। আচলতে উপত্যকাত প্ৰতি বছৰে হৈ থকা ভৈয়ামৰ প্ৰলয়ৰূপী বানপানী আৰু জলবিদ্যুৎ বান্ধ...
Read More