অসমীয়া সুখ দুখৰ
------------------------------------------------------------
অসমীয়াৰ সুখ-দুখ
প্ৰথম বছৰঃ ১৯২তম সংখ্যাঃ ১২এপ্ৰিল ২০১৩
সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহক
(ইউনিকোডত অসমীয়া বাতৰি)
চিন্তাজনক খবৰঃ
১. সুখৰ খবৰ বিচাৰি হাবাথুৰি ! সংবাদ মাধ্যমৰ পাতে পাতে কেৱল চিন্তাজনক খবৰ আৰু পৃষ্ঠাভৰা বিজ্ঞাপন।
২. কেৱল গামোচাই নহয়, বিহুৰ বজাৰত ওলোৱা থলুৱা গহনা জোনবিৰি-ঢোলবিৰিও বহিঃৰাজ্যৰ পৰা আমদানি হয়।
৩. মুখ্যমন্ত্ৰীৰে চহী জাল! অভিযোগ স্বয়ং মুখ্যমন্ত্ৰীৰ।
৪. ৩০-১০-২০০৮ৰ ধাৰাবাহিক বিস্ফোৰণ কাণ্ডৰ মূল অভিযুক্ত এন.ডি.এফ.বি. নেতা ৰঞ্জন দৈমাৰী চৰ্তসহ জামিনত মুকলি।

সুখৰ খবৰঃ
১. বাপোতি সাহোন ৰঙালী বিহু আহি দুৱাৰ দলি পালেহি।
২. ইম্ফলত সামৰণি পৰা উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া সমোৰাহত অসমৰ মহিলা টেবুল টেনিচ দল সাফল্য।
৩. এসময়ত মুঠিতে লুকুৱা ছাঁতে শুকোৱা বস্ত্ৰ সৃষ্টি কৰা থলুৱা বস্ত্ৰশিল্পী সকলৰ স্বাৰ্থৰ হকে ্থিয় দিছে ৰাজ্যৰ অধিবক্তা আৰু বাণিজ্য সংগঠন।

No comments:
Post a Comment