প্ৰথম বছৰঃ পঞ্চম সংখ্যাঃ ২৫ জুলাই ২০১২ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰথম বছৰঃ পঞ্চম সংখ্যাঃ ২৫ জুলাই ২০১২

প্ৰথম বছৰঃ পঞ্চম সংখ্যাঃ ২৫ জুলাই ২০১২

Share This

3 comments:

  1. আমিবোৰ বেচি জাতীয়তাবাদী কম মানৱতাবাদী হৈ গৈ আছো নেকি ?
    আমাৰ ভৱিষ্যতৰ সতিসন্ততিৰ বাবে সমাজখন বসবাসৰ অনুপযোগী কৰি তুলিছো নেকি ?

    “অসমীয়াৰ সুখ-দুখে” এই ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে বলিষ্ঠ ভূমিকা লোৱাৰ থল আছে ।

    ReplyDelete
  2. নিশ্চয় নহয়৷ সমাজৰ আদিস্থল ঘৰ, গাঁও, তাৰ পৰা বৃহতৰলৈ৷ প্ৰতিবেশী, পৰিবেশেৰে নিজৰ আপোন আইৰ পৃথিৱীখনৰ কথা ভাবিলেই যে জাতীয়তাবাদী তেনে নিশ্চয় নহয়৷ নিজৰ আইক ভাল পাই, আনৰ আইকো নিজৰ মাতৃ-তুল্য কৰি লব নিশ্চয়কৈ পাৰি৷

    সমাজত বাঢ়ি অহা কলুষতাৰ মাজত ভাল কথাৰ সন্ধান তথা ভৱিষ্যতৰ বাবে যোগাত্মক উপাদানবোৰ বুটলি positive change ৰ বাবে কিবা এটা কৰাৰ বাবেই এই কাম হাতত লৈছো৷ বলিষ্ঠ ভূমিকাৰ থল নিশ্চয় আছে, সময়ৰ সতে সবে মিলি লবও লাগিব৷

    ReplyDelete
    Replies
    1. ম্ই আচলতে নামনি অসমৰ শেহতীয়া ঘটনাৱলীৰ ওপৰত ভিত্তি কৰিয়েই প্ৰথম উক্তিটো কৰিছিলো । আনৰ প্ৰতি অসহিষ্ণুতা, অবিস্বাস, অকল নিজৰ আইকহে ভাল পোৱাৰ প্ৰৱনতা (লাগিলে আনৰ আই নিপাত যাওক), তথাকথিত নেতা পালিনেতা বোৰে হোজা গঞাক উচতাই জোল খোৱা আদি কথাবোৰ লক্ষ্য কৰিলে এক ভয়াবহ ভবিষ্যতৰ ফালে আমিবোৰ তীব্ৰগতিত ধাৱমান হোৱাযেন নালাগেনে বাৰু ? "ভাল কথাৰ সন্ধান তথা ভৱিষ্যতৰ বাবে যোগাত্মক উপাদানবোৰ" বুটলি “অসমীয়াৰ সুখ-দুখে” আমাৰ সকলোৰে বাবে এখন ভাল পৃথিৱীৰ সন্ধান দিব বুলি আশা কৰিলো।

      Delete