মহীৰূহৰ লেখা
Home
Unlabelled
প্ৰথম বছৰঃ পঞ্চম সংখ্যাঃ ২৫ জুলাই ২০১২
প্ৰথম বছৰঃ পঞ্চম সংখ্যাঃ ২৫ জুলাই ২০১২
Share This
Share This
About xukhdukh
Subscribe to:
Post Comments (Atom)
উদ্যমটোৰ বিষয়েঃ
অসমীয়াৰ সুখ-দুখঃ অনলাইন দৈনিক xukhdukh.com : ২০১২ বৰ্ষৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ ইউনিকড' মাধ্যমত প্ৰকাশিত প্ৰথমখন অনলাইন-দৈনিক। অসমীয়া ভাষাৰ অধ্যয়নৰ বাবে UGC ৰ প্ৰসংগ বেৱচাইটৰূপে ২০১৫ বৰ্ষত স্বীকৃত। বিজ্ঞাপনৰহিত, নট-ফৰ প্ৰফিট এই প্ৰচেষ্টা।
আমাৰ ইমেইলঃ xukhdukh@gmail.com হোৱাটচএপঃ 7002107450 ৱেব-ষ্ট্ৰিমিঙৰ বাবেঃ
https://www.youtube.com/channel/UCAAMwACpnh655HAdeZxdwBA
ফেচবুক পেজঃ www.fb.com/xukhdukhLIVE টুইটাৰঃ https://twitter.com/xukhdukh
ভাল খবৰ, ভাল সমল...পঢ়ি লভক আনন্দ বিমল..
আমাৰ ইমেইলঃ xukhdukh@gmail.com হোৱাটচএপঃ 7002107450 ৱেব-ষ্ট্ৰিমিঙৰ বাবেঃ
https://www.youtube.com/channel/UCAAMwACpnh655HAdeZxdwBA
ফেচবুক পেজঃ www.fb.com/xukhdukhLIVE টুইটাৰঃ https://twitter.com/xukhdukh
ভাল খবৰ, ভাল সমল...পঢ়ি লভক আনন্দ বিমল..
আমিবোৰ বেচি জাতীয়তাবাদী কম মানৱতাবাদী হৈ গৈ আছো নেকি ?
ReplyDeleteআমাৰ ভৱিষ্যতৰ সতিসন্ততিৰ বাবে সমাজখন বসবাসৰ অনুপযোগী কৰি তুলিছো নেকি ?
“অসমীয়াৰ সুখ-দুখে” এই ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে বলিষ্ঠ ভূমিকা লোৱাৰ থল আছে ।
নিশ্চয় নহয়৷ সমাজৰ আদিস্থল ঘৰ, গাঁও, তাৰ পৰা বৃহতৰলৈ৷ প্ৰতিবেশী, পৰিবেশেৰে নিজৰ আপোন আইৰ পৃথিৱীখনৰ কথা ভাবিলেই যে জাতীয়তাবাদী তেনে নিশ্চয় নহয়৷ নিজৰ আইক ভাল পাই, আনৰ আইকো নিজৰ মাতৃ-তুল্য কৰি লব নিশ্চয়কৈ পাৰি৷
ReplyDeleteসমাজত বাঢ়ি অহা কলুষতাৰ মাজত ভাল কথাৰ সন্ধান তথা ভৱিষ্যতৰ বাবে যোগাত্মক উপাদানবোৰ বুটলি positive change ৰ বাবে কিবা এটা কৰাৰ বাবেই এই কাম হাতত লৈছো৷ বলিষ্ঠ ভূমিকাৰ থল নিশ্চয় আছে, সময়ৰ সতে সবে মিলি লবও লাগিব৷
ম্ই আচলতে নামনি অসমৰ শেহতীয়া ঘটনাৱলীৰ ওপৰত ভিত্তি কৰিয়েই প্ৰথম উক্তিটো কৰিছিলো । আনৰ প্ৰতি অসহিষ্ণুতা, অবিস্বাস, অকল নিজৰ আইকহে ভাল পোৱাৰ প্ৰৱনতা (লাগিলে আনৰ আই নিপাত যাওক), তথাকথিত নেতা পালিনেতা বোৰে হোজা গঞাক উচতাই জোল খোৱা আদি কথাবোৰ লক্ষ্য কৰিলে এক ভয়াবহ ভবিষ্যতৰ ফালে আমিবোৰ তীব্ৰগতিত ধাৱমান হোৱাযেন নালাগেনে বাৰু ? "ভাল কথাৰ সন্ধান তথা ভৱিষ্যতৰ বাবে যোগাত্মক উপাদানবোৰ" বুটলি “অসমীয়াৰ সুখ-দুখে” আমাৰ সকলোৰে বাবে এখন ভাল পৃথিৱীৰ সন্ধান দিব বুলি আশা কৰিলো।
Delete