Saturday, March 3, 2018

সুখ-দুখ LIVE

নিবনুৱাৰ মুখত হাঁহি বিৰিঙাবনে এডভাণ্টেজ অসমে?
দ্বিতীয়টো পৰীক্ষামূলক অনলাইন আলোচনাত আজি অংশ ললে-

নতুন দিল্লীৰ পৰা বিশিষ্ট নিবন্ধকাৰ ইন্দ্ৰজিত বৰাই। 
আঁত ধৰিলে- অজয় লাল দত্তই।

পটভূমি আছিলঃ 
দেশত ৩১ মিলিয়ন নিবনুৱাৰ বিপৰীতে বিগত বৰ্ষৰ কেৱল ৬লাখ নিয়োগৰ সুবিধা সৃষ্টিৰ বাস্তৱতা

No comments:

Post a Comment