2017 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণ

December 31, 2017 0
বৰ্ষান্ত বিচাৰঃ  অসমীয়াই কি পালে, কি হেৰুৱালে ৰক্তিম শৰ্মা এটা বছৰ অতীত হ’ল ৷ পাৰহৈ যোৱা বছৰটোত অসমবাসীয়ে কি পালে কি হেৰুৱালে তাক স...
Read More

মনৰ কথা

December 31, 2017 0
চালকৰ প্ৰশিক্ষণ, অনুজ্ঞাপত্ৰ আৰু পথ সুৰক্ষা নিতুল বৰা সৌ সিদিনা নলবাৰী সংঘটিত হোৱা দূৰ্ঘটনাটোত এটা পৰিয়াল নিঃশেষ হৈ যোৱাত আমি সকলো ...
Read More

প্ৰকৃতি

December 31, 2017 0
অৰণ্যৰ দুখৰ বিননি শুনিব কোনে ? লীলাকান্ত পায়েং সেউজীয়া অৰণ্যখনে আমাক দিয়া নাইনো কি? এই প্রশ্নৰ উত্তৰ প্রত্যকজনৰ ওচৰত আছে। কিন্তু ...
Read More

সাম্প্ৰতিক প্ৰসংগ

December 29, 2017 2
অসম সাহিত্য সভাৰ সভাপতিৰ 'নিৰ্বাচন': বাহিৰলৈ ওলাল জোলোঙাৰ মেকুৰী অজয় লাল দত্ত "ব্যক্তি গুৰুত্বপূৰ্ণ নহয়, কিন্তু সংস্...
Read More

পৰ্যবেক্ষণ

December 28, 2017 0
নিৰ্বাচনী ছন্দ বনাম ব্যৱস্থাগত পতন অজয় লাল দত্ত দেশ এখনত সময়ে সময়ে অনুষ্ঠিত হৈ থকা যিকোনো পৰ্যায়ৰ নিৰ্বাচনী ফলাফল সমূহক শাসনত থকা...
Read More

মনৰ কথা

December 28, 2017 0
খ্ৰীষ্টমাচ-ঈদ, ধৰ্মনিৰপেক্ষতা আৰু ধাৰ্মিক  চফিক হাছান (১) ভাৰতবৰ্ষ যে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি মোৰ কেৱল ২৫ ডিচেম্বৰৰ দিনটোত...
Read More

স্বাস্থ্য কথা

December 27, 2017 0
মেদবহুলতাৰ সমস্যাঃ   শকত সকলে ক্ষীণোৱাৰ উপায় ডাঃ ভূপেন শইকীয়া ভাৰতবৰ্ষৰ বৰ্তমান জনসংখ্যাৰ (১,২৬৭,৪০১,৮৪৯ ) ভিতৰৰ এক কোটিৰো অধিক ...
Read More

মনৰ কথা

December 27, 2017 0
মুখ্যমন্ত্ৰীলৈ মুকলি চিঠিঃ   অসমৰ উন্নয়নৰ বাবে দক্ষ ব্যক্তিক আনক ৰাজ্য প্ৰশাসনলৈ    মৃণাল গোস্বামী Add caption উন্নয়ন তথা আন্তঃগ...
Read More

প্ৰৱন্ধ

December 26, 2017 0
খিলঞ্জীয়া, থলুৱা পুঁজি আৰু অসমীয়াৰ সংজ্ঞা ইন্দ্ৰজিৎ বৰা  (১) ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়াৰ (indigenous people) ব্যাখ্যা নৃতাত্বিক ...
Read More

প্ৰৱন্ধ

December 20, 2017 0
নৱ্য গণমাধ্যম আৰু অসমীয়া বেৱচাইট  ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান দ্রুত পৰিবৰ্তনশীল তথ্য প্রযুক্তিৰ যুগ । নিতৌ বিভিন্ন ক্ষেত্রৰ পৰ...
Read More

চিন্তন

December 18, 2017 1
অসমীয়াত্বৰ সংকটঃ কাৰণ বিচাৰ আৰু প্ৰতিকাৰ ৰক্তিম শৰ্মা অসমৰ এজন আগশাৰীৰ বিদ্ৰোহী শিল্পী , ইতিহাসবিদ , গৱেষক তথা আজীৱন অসমীয়া জাতিৰ সংক...
Read More

সাম্প্ৰতিক প্ৰসংগ

December 05, 2017 1
আমচাঙ-ছিপাঝাৰঃ উচ্ছেদৰ যাতনা  বনাম পক্ষপাতমূলক প্ৰপাগাণ্ডা  পাৰভিন চুলতানা   গেছৰ চুলা হাতত লৈ ধীৰ গতিত নিজৰ বাসগৃহৰ ধ্বংসস্তুপ ...
Read More

মুকলি চিন্তা

December 04, 2017 0
সন্নিকটত সৰ্বানন্দ সোনোৱাল বুলন কুমাৰ শইকীয়া সম্ভৱতঃ অসমৰ সামাজিক আৰু ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ সংকটপূৰ্ণ সময়ছোৱাৰ মাজত আমি আৱদ্ধ হৈ...
Read More

মনৰ কথা

December 03, 2017 0
উৰহী গছৰ ওৰ বিচাৰি   ইন্দ্ৰজিত বৰা 'আমাৰ অসম' কাকতখনৰ জৰিয়তে 'দিল্লীত নাগৰিকপঞ্জী উন্নীতকৰণৰ ভিন্ন দিশৰ আলোচক্ৰ' ক...
Read More

সাম্প্ৰতিক প্ৰসংগ

December 02, 2017 0
অসমৰ বন আৰু পৰিৱেশঃ স্পৰ্শকাতৰ কিছু চিন্তা ড° বিজয় কৃষ্ণ চেতিয়া  সাম্প্ৰতিক সময়ত অসমত বন্যপ্ৰানী আৰু মানুহৰ সংঘাত এক সাধাৰণ ঘটন...
Read More

মুকলি চিন্তা

December 01, 2017 0
ভুল সপোনৰ গ্ৰাসত আমাৰ সমাজ   পংকজ জ্যোতি মহন্ত   কোনেনো ভাবিছিল প্ৰকাণ্ড পৃথিৱীখন অহৰহ টাকুৰী ঘূৰাদি ঘূৰি থাকে বুলি? কোনেনো ভাবিছ...
Read More

ইতিবাচক

December 01, 2017 0
কৃষি বিষয়ক ই-আলোচনী  “কৃষক বন্ধু”ৰ প্ৰথম বৰ্ষপূৰ্তি যোৱা ইং ২৬ নবেম্বৰ ২০১৭ ৰবিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অসম পুষ্পোদ্যান সমিতিৰ সহ...
Read More