নিৰ্বাচিত ই-কিতাপ

এই পৃষ্ঠাৰ যোগেদি ইণ্টাৰনেটত উপলব্ধ প্ৰগতিশীল চিন্তা চৰ্চাৰ নিৰ্বাচিত কিতাপৰ সন্ধান দিবলৈ খোজা হৈছে ৷ লগতে আছে ফ্ৰী-ডাউনলোডৰ সুবিধাঃ

ইন্টাৰনেটত উপলব্ধ হোৱা মহান লেখকৰ ৰচনা সম্ভাৰৰ সন্ধানঃ
আপোনাসৱৰ সহজ হোৱাকৈ ইয়াত তালিকা আৰু লিংক সমূহ দিয়া হৈছে ৷ মাত্ৰ প্ৰতীয়মান হোৱা নিৰ্ভৰযোগ্য উৎসহে ইয়াত উল্লেখ কৰা হৈছে ৷ ক্ৰমান্বয়ে ইয়াক সমৃদ্ধ কৰি যোৱা হব ৷ 
-----------------------------------------------------------------------------------------------------------------
নতুন কিতাপঃ


ফ্ৰী পিডিএফৰ বাবে ওপৰৰ শিৰোনামাবোৰত ক্লিক কৰিব৷ তেতিয়া ফ্ৰী পিডিএফ আন এখন ৱিনড’ত খোল খাই আহিব আৰু আপুনি মাউচত ৰাইট ক্লিক কৰি save as কৰি ফাইলটো নিজৰ কম্পিউটাৰত সংৰক্ষণ কৰি লব পাৰিব ৷
১. THE MOST POWERFUL INDIANS IN 2013

২. ইণ্ডো-চীনা সম্পৰ্কক লৈ Indian Express য়ে 
প্ৰকাশ কৰা ই-বুক THE RED LINE.




-------------------------------------------------------------------------------------------------------

১. কিমান তললৈ নামিব টকাৰ মূল্য? এই প্ৰশ্নৰ যদি উত্তৰ বিচাৰিছে,
 তেন্তে FREE FALLING: How low will the Rupee Go? শীৰ্ষক ই বুক পাবলৈ কিতাপখনৰ শিৰোনামাতে ক্লিক কৰক৷ তেতিয়া ফ্ৰী পিডিএফ আন এখন ৱিনড’ত খোল খাই আহিব আৰু আপুনি মাউচত ৰাইট ক্লিক কৰি save as কৰি ফাইলটো নিজৰ কম্পিউটাৰত সংৰক্ষণ কৰি লব পাৰিব ৷

----------------------------------------------------------------------------------------------------------------------------
আজি ১৮জুনৰ আপডেটঃ
চে গুৱেভাৰাৰ কিতাপ, জীৱনী গ্ৰন্থৰ সম্ভাৰঃ
ফ্ৰী পিডিএফ পাবৰ বাবে কিতাপৰ শিৰোনামত ক্লিক কৰক ৷ তেতিয়া ফ্ৰী পিডিএফ আন এখন ৱিনড’ত খোল খাই আহিব আৰু আপুনি মাউচত ৰাইট ক্লিক কৰি save as কৰি ফাইলটো নিজৰ কম্পিউটাৰত সংৰক্ষণ কৰি লব পাৰিব ৷


--------------------------------------------------------------------------------------------------------------------------------
নিৰ্বাচিত গ্ৰন্থাৱলীঃ
দেশৰ সাম্প্ৰতিক ঘটনাৱলীক লৈ সচেতনতা বৃদ্ধিৰ বাবে, পাঁচখন নিৰ্বাচিত ই-বুকৰ বিনামূলীয়া ডাউনলোডৰ ব্যৱস্থা কৰা হৈছে ৷ (তলৰ  লিংকত ক্লিক কৰিলেই পিডিএফ খোল খাই আহিব, এতিয়া ৰাইট ক্লিক কৰি save as কৰি লওক নিজৰ কম্পিউটাৰত)

বিষয়ঃ
১. জলন্ত বড়োলেণ্ডঃ অবৈধ অনুপ্ৰৱেশৰ জলন্ত ৰূপ
FirstpostEbook_Assam_eBook_20120727071314
২. চচিয়েল মেডিয়া ক্ৰেক-ডাউনঃ গভৰমেণ্ট #ফেইল
FirstpostEbook_eBook_FP_Socialmediacrackdown_20120824063546
৩. দ্য শ্লিপাৰি শ্ল’প টু নানি ষ্টেট
৪. ৰেপ ইন ইণ্ডিয়াঃ দ্যা বিগ কুৱেশ্যন ৰিমেইন আন-এনচাৰড
৫. ব্লেকবেৰী ব্লুজ
FirstpostEbook_yfthpw_20111014060026
------------------------------------------------------------------------------------------
শেহতীয়া আপলোডৰ তাৰিখঃ ৩১মে’ ২০১৩, সমলৰ উৎসঃ ফাৰ্ষ্টপোষ্ট.কম)

১. কিমান সচেতন আপুনিঃ "সাৰদা" দৰেই চলে দেশত কোম্পানীৰ লুণ্ঠন
FirstpostEbook_SARADHAGROUP_20130426092525

২. আই পি এলৰ স্পট’ ফিক্সিঙৰ ঘটনাৱলী
FirstpostEbook_IPLspotfixing_20130517101055


৩. কৰ্মস্থলীত যৌন কেলেংকাৰীঃ আই-গেটৰ শেহতীয়া ঘটনাৱলী

FirstpostEbook_Sexandtheworkplace_20130524035439

৪. পৰিবৰ্তনৰ কিছু শব্দঃ চিবিআইয়ে উচ্চতম ন্যায়লয়ত দিয়া শপতনামা

FirstpostEbook_WordsofChange_20130503050155

৫. কৰ্ণাটকত কিয় হাতে আঁতৰাব পাৰিলে পদুম পাহি?
FirstpostEbook_Karnatakapolls_20130510082523

----------------------------------------------------------------------------------------------------------------------------
আন আন শেহতীয়া বিনামূলীয়া ই-গ্ৰন্থৰ সূত্ৰঃ
ৰোজা লুক্সেমবুৰ্গ
রোজা লুক্সেমবুর্গ 
২. চেক্সপীয়েৰৰ ৰচনা সম্ভাৰ
The Complete Works of William Shakespeare
৩. চেক্সপীয়েৰৰ
"TWELFTH NIGHT"
৪. চেক্সপীয়েৰৰ কবিতা 
-----------------------------------------------------------
জীৱনত লাগে অৰ্থনৈতিক সাক্ষৰতাঃ তাৰ প্ৰথমটো খোজ দিবলৈ 

-----------------------------------------------------------
মেক্সিম গৰ্কীৰ গ্ৰন্থাৱলীৰ ফ্ৰী পিডিএফ ডাউনলোডঃ
১. উপন্যাস "মা"ৰ ইংৰাজী সংস্কৰণ Mother ৰ বাবে ক্লিক কৰক ৷
--------------------------------------------------------------------------
মে-দিৱসৰ লগত সংগতি ৰাখি বাওঁপন্থী বাংলা কিতাপৰ ফ্ৰী পিডিএফ ডাউনলোড

লেখকঃ কার্ল মার্কস ও ফ্রেডারিক এঙ্গেলস্

১. ডেমোক্রেটিয় ও এপিকিউরিয় প্রকৃতির দর্শনের পার্থক্য, মার্কস ১৮৪১ (Difference Between the Democritean and Epicurean Philosophy of Nature, Marx )
২. অর্থনৈতিক ও দার্শণিক খসড়া, মার্কস ১৮৪৪ (Economic and Political Manuscript, Marx)
৩. প্রথম ভারতীয় স্বাধীনতা যুদ্ধ, মার্কস ১৮৫৩ (First Indian war of Independence, Marx)

---------------------------------------------------------

মে দিৱস উপলক্ষে আগবঢ়োৱা হৈছে
কাৰ্ল মাৰ্ক্স আৰু ফ্ৰেডেৰিক এংগেলচ"  ৰচিত
 "কমিউনিষ্ট মেনিফেষ্টো"ৰ পিডিএফৰ বিনামূলীয়া ডাউনলোড ৷ 
------------------------------------------------------------------

ৰবীন্দ্ৰ নাথ ঠাকুৰঃ
মহাত্মা গান্ধীঃ
(বিভিন্ন বিষয়ৰ ই-বুকৰ বিনামূলীয়া লাইব্ৰেৰীলৈ যাবলৈঃ ই-কিতাপৰ পৃথিৱীত ক্লিক কৰক !)
পাবলো নেৰুডাঃ
১. পাবলো নেৰুডাৰ কবিতাঃ ক্লাচিক পয়েট্ৰি চিৰিজ 
২. পাবলো নেৰুডাৰ কবিতাঃ HEIGHTS OF MACCHU PICCHU
৩. পাবলো নেৰুডাঃ MEMOIRS
৫. ৱিকি উৎসত নেৰুডা ঃ ৱিকি উৎস
ব্ৰাৰ্টাণ্ড ৰাছেলঃ
১. ব্ৰাৰ্টাণ্ড ৰাছেলৰ A Free Man's Worship আৰু অন্যান্য ৰচনাৰ পিডিএফ
২. ব্ৰাৰ্টাণ্ড ৰাছেলৰ গ্ৰন্থ, ৰছনা, ভাষণৰ ই-ৰূপৰ উৎস ( HTMLত)
৩. ব্ৰাৰ্টাণ্ড ৰাছেলৰ why I am not a Christian ৰ পিডিএফ
(এই খনৰ প্ৰত্যুত্তৰত লিখা গ্ৰন্থ Why Bertrand Russell Was Not A Christianৰ পিডিএফ)

(পৃষ্ঠাটোত দৈনন্দিন সংযোজন অব্যাহত থাকিব )




3 comments:

  1. Axom aru uttarpubor'k bisho darbarot potisthito kora ek prosestha. Visit: www.northeastpost.in

    ReplyDelete
  2. Bhal lagise
    Porag Kumar Das.r
    Swadhin Asomor Arthaniti khon pam nki

    ReplyDelete