tag:blogger.com,1999:blog-7513693875306445040.post673271056905514122..comments2024-01-24T13:23:43.324+05:30Comments on অসমীয়াৰ সুখ-দুখ : ৰাজনীতিঃ (বাওঁপন্থী বতৰা)xukhdukh.comhttp://www.blogger.com/profile/11423931906297733996noreply@blogger.comBlogger1125tag:blogger.com,1999:blog-7513693875306445040.post-58704789351220143742014-01-11T00:06:10.927+05:302014-01-11T00:06:10.927+05:30তোৰ লিখাটো পঢ়িলো,কিছুমান চিন্তাই(একান্তই ব্যক্তিগত... তোৰ লিখাটো পঢ়িলো,কিছুমান চিন্তাই(একান্তই ব্যক্তিগত) মনত দোলা দি গ'ল ।আম আদমি দলৰ উত্থানে বহু চিন্তাৰ খোৰাক দি গ'ল,কিন্তু একে সময়তে কংগ্রেছৰ সহায়ত চৰকাৰ গঠনৰ সিদ্ধান্তই বহুতকে আশাহত কৰিলে । সি যি কি নহওক তোৰ এই লিখা পঢ়ি অলপ কথা কবলৈ মন গ'ল ।আন্না হাজাৰেৰ আলম লৈ কেজৰিৱালে বহু কিবা কিবি কথাৰে এক চমক সৃষ্টি কৰিলে(পিচত তাৰ বিপৰীত কিছু কামকাজ দেখা গৈছে),কিন্তু তেনে চমক নেদেখুৱাকৈয়ে কিছু ৰাজনীতিবিদে নীৰৱে জনসাধাৰনৰ কাম কৰি গৈছে ।আমি কিন্তু তেনেলোকৰ বিষয়ে জানিবলৈ বা জনাবলৈ বিচৰাতকৈ কেজৰিৱালতহে বেছি গুৰুত্ব দিছো ।মানিক সৰকাৰ,পৱন চামলিং,মনোহৰ পাৰিকাৰ আদি এনে ব্যক্তি ।মই জনাত চিকিমেই ভাৰতৰ একমাত্র দেশ য'ত এজনো বিৰোধী বিধায়ক নাই, য'ত ব্যক্তিগত স্বার্থতকৈ সততাক আগস্থান দিয়া হয় আৰু এই সকলোবোৰ চামলিং দেৱৰ দৰে বিচক্ষণ আৰু সৎ নেতাৰ বাবে ।পাৰিকাৰ দেৱৰ কথা নকলোৱেই ।কিন্তু এইসকল নেতাক পাহৰি আমি কেৱল কেজৰিৱালৰ কথাই আলোচনা কৰো, কাৰণ এইসকল একোখন সৰু ৰাজ্যৰ নেতা,যাৰ ৰাষ্ট্রীয় প্রেক্ষাপটত কোনো গুৰুত্ত্ব নাই ।Anonymousnoreply@blogger.com