tag:blogger.com,1999:blog-7513693875306445040.post6139988808319273256..comments2024-01-24T13:23:43.324+05:30Comments on অসমীয়াৰ সুখ-দুখ : চিন্তনxukhdukh.comhttp://www.blogger.com/profile/11423931906297733996noreply@blogger.comBlogger8125tag:blogger.com,1999:blog-7513693875306445040.post-56929252217637898522021-02-21T17:25:06.110+05:302021-02-21T17:25:06.110+05:30বোৱাই দিয়ক চাৰিওফালে আপোনাৰ যুক্তিসংগত তৰ্কবোৰ বোৱাই দিয়ক চাৰিওফালে আপোনাৰ যুক্তিসংগত তৰ্কবোৰ ইমৰাজ নাকভিhttps://www.blogger.com/profile/04570466563337361161noreply@blogger.comtag:blogger.com,1999:blog-7513693875306445040.post-47373314597506012742017-04-10T17:16:07.424+05:302017-04-10T17:16:07.424+05:30আন্তৰিক ধন্যবাদ জনালো।আন্তৰিক ধন্যবাদ জনালো।drpatangiahttps://www.blogger.com/profile/16709971201464356545noreply@blogger.comtag:blogger.com,1999:blog-7513693875306445040.post-17229883849810678182017-04-10T17:03:04.555+05:302017-04-10T17:03:04.555+05:30আন্তৰিক ধন্যবাদ জনালো
আন্তৰিক ধন্যবাদ জনালো<br />drpatangiahttps://www.blogger.com/profile/16709971201464356545noreply@blogger.comtag:blogger.com,1999:blog-7513693875306445040.post-40689679233464441942017-04-09T00:49:23.484+05:302017-04-09T00:49:23.484+05:30Bhal lagil pohiBhal lagil pohiBhuaban Saikiahttps://www.blogger.com/profile/03014963164853517344noreply@blogger.comtag:blogger.com,1999:blog-7513693875306445040.post-54215898987782926042017-04-03T11:55:50.655+05:302017-04-03T11:55:50.655+05:30আন্তৰিক ধন্যবাদ জনালো...
আন্তৰিক ধন্যবাদ জনালো...<br />drpatangiahttps://www.blogger.com/profile/16709971201464356545noreply@blogger.comtag:blogger.com,1999:blog-7513693875306445040.post-75282323724826227702017-04-02T10:41:27.826+05:302017-04-02T10:41:27.826+05:30আপুনি বৰ সুনদৰ কে লিখিলে৷ ধন্যবাদ৷আপুনি বৰ সুনদৰ কে লিখিলে৷ ধন্যবাদ৷dadubora12@gmail.comhttps://www.blogger.com/profile/14390494101475116769noreply@blogger.comtag:blogger.com,1999:blog-7513693875306445040.post-56869847066371986752017-04-02T08:58:33.080+05:302017-04-02T08:58:33.080+05:30মন্তব্যৰ বাবে আন্তৰিক ধন্যবাদ জনালো।মন্তব্যৰ বাবে আন্তৰিক ধন্যবাদ জনালো।drpatangiahttps://www.blogger.com/profile/16709971201464356545noreply@blogger.comtag:blogger.com,1999:blog-7513693875306445040.post-81660947552652364112017-04-02T08:27:32.929+05:302017-04-02T08:27:32.929+05:30ইমান সুক্ষ্ম বিশ্লষণৰে দাঙি ধৰা নিবন্ধ প্ৰতিখন অসম...ইমান সুক্ষ্ম বিশ্লষণৰে দাঙি ধৰা নিবন্ধ প্ৰতিখন অসমীয়া বাতৰি কাগজ, ইয়াৰ ইংৰাজী তৰ্জমা ভাৰতীয় বাতৰি কাকতবোৰত প্ৰকাশ পোৱা উচিত । অৱশ্যে মোৰ ধাৰণা, আটাইবোৰ বাতৰি কাগজে এই লিখনি প্ৰকাশ নকৰে । বৰ্তমানৰ ভাৰত চৰকাৰৰ যি কেইজন মানুহৰ বাবে এইবোৰ ঘটিবলৈ গৈ আছে, তেওঁলোকক নেদেখা জনে সুমতি দিয়ক । আমাৰ কেই জনৰ চকু মেল খোৱাই নাই । বাকী খিনি ভাবিব পৰা জ্ঞান কৰ পৰা হব ! যিটো প্ৰকৃতিৰ প্ৰকৃতি মানে ধৰ্ম সেইটো ঘটিবই । মানুহ এতিয়া নিমিত্ত । ধন-সম্পত্তিৰ মোহে মানুহক কিমান অন্ধ কৰিব পাৰে তাৰেই চৰম উদাহৰণ কৰপোৰেট গোষ্ঠী । আজিৰ সমাজৰ প্ৰধান শত্ৰু এইটোৱেই । বান নিয়ণ্ত্ণৰ নামত অসমত যিমানবোৰ মথাউৰি হল সেইবোৰৰ আয়ুসো শেষ । ইয়াৰে এটাও জল বিদ্যুত প্ৰকল্প হিচাবে গঢ়িব নিদিলে । এইটো ভাৰত চৰকাৰৰ আৰম্ভনীৰ চৰকাৰৰ উদ্যোগতেই হোৱা যেন লাগে । বাকী চৰকাৰ সমূহে হলা গছ দেখি বাগী কুঠাৰ মাৰি খৰি গোটোৱাত লাগিছে । আমাৰ চৰকাৰৰ ৰাজনীতিবীদবোৰ দুৰ্বল চৰিত্ৰৰ, দূৰ-দৃষ্টিহীন । বেজীৰ জলঙা মনে, কুঠাৰৰ জলঙা নমনা মানুহ । অসম অ সম হৈয়ে থাকিব । মানুহে দুৰ্ভোগ ভূগিবই যদিহে সময় থাকোতেই মাত নামাতে । একোটা নতুন নতুন প্ৰকল্পিত সমস্যাৰে জন-সাধাৰণৰ দৃষ্টিক আঁতৰাই ৰখা কৌশল সৃষ্টিত ব্যস্ত এই চাম ৰাজনীতিকে নিজৰ আহিব ধৰা স্বজনৰো শত্ৰু । খাদ্য উত্পাদন প্ৰক্ৰিয়া যেতিয়া ব্যাহত হব উত্পাদন কাৰীয়ে প্ৰথমে নিজৰ ভোকলৈ চিন্তা কৰিব । তেতিয়া সমগ্ৰ পৃথিবীৰ যিকোনো তথ্য-প্ৰযুক্তিৰে ভোক নামৰ আদিম-অনন্ত শেষ নোহোৱা ভোকক সলনি কৰিব নোৱাৰিব আৰু তাৰ পৰিণামো ভূগিব । মোৰ আশা প্ৰকৃতিয়ে এই ব্যৱস্হা ৰোধৰ কাম নিজেই হাতত লব । আমৰ হাতত আৰু যে উপায় নাই ।Anonymousnoreply@blogger.com