tag:blogger.com,1999:blog-7513693875306445040.post4727899636724521576..comments2024-01-24T13:23:43.324+05:30Comments on অসমীয়াৰ সুখ-দুখ : জীৱনৰ অনুভৱxukhdukh.comhttp://www.blogger.com/profile/11423931906297733996noreply@blogger.comBlogger2125tag:blogger.com,1999:blog-7513693875306445040.post-72925263163635554882014-02-18T01:03:35.898+05:302014-02-18T01:03:35.898+05:30O Sruti Ba .. Bor val lagil dei apunar Pobondho 2 ...O Sruti Ba .. Bor val lagil dei apunar Pobondho 2 pohi. kotha khinie kiba monot amar akhomiya bhakhar aloi athanir kotha akou ebar huworai dile.Anonymoushttps://www.blogger.com/profile/13786936842663378785noreply@blogger.comtag:blogger.com,1999:blog-7513693875306445040.post-84561706922790469082014-02-17T16:57:57.445+05:302014-02-17T16:57:57.445+05:30'অসমীয়াৰ সুখ-দুখ'ত ড. স্তুতি ৰঞ্জিত কোঁৱৰে... 'অসমীয়াৰ সুখ-দুখ'ত ড. স্তুতি ৰঞ্জিত কোঁৱৰে লিখা ('সাদিন'তো প্ৰকাশিত) 'অসমীয়া ভাষা প্ৰকৃততে কয় কোনে ?' লেখাটো ( http://goo.gl/VE4wKW )ৰ মূলভাৱৰ লগত যথেষ্টখিনি সহমত প্ৰকাশ কৰিলেও লেখাটোৰ তলৰ অংশটো অসমতুল আৰু আপত্তিজনক বুলি বিবেচনা কৰোঁ।

" ... অসমীয়া সাহিত্যক বিশ্ব দৰবাৰলৈ নিবৰ কাৰণে উঠি পৰি লাগি থকা সাহিত্যিক নাইবা বুদ্ধিজীৱিসকলেও নিজৰ পিছৰ প্ৰজন্মক যে অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণৰ বাবে উত্সাহিত কৰিছে তাতো আমাৰ সন্দেহ থাকি যায় । অসমীয়া মাধ্যমত নাইবা নিজৰ মাতৃভাষাত অধ্যয়ন কৰাৰ ক্ষেত্ৰত সকলোতে যেন আমাৰ এটা প্ৰশ্ন বোধক চিহ্ন ৰৈ যায় । অসমীয়া মাধ্যমত শিক্ষা গ্ৰহন কৰাটোক আজিৰ কেইজন অসমীয়াই জীৱনৰ প্ৰতি এটি ভাবুকি বুলি মনা নাই ? কেইজন অসমীয়াই নিজৰ সন্তানক অসমীয়া মাধ্যমত পঢ়ুৱাই বিনাদ্বিধাই নিজ মাতৃভাষাৰ জ্ঞান দিয়াইছে ? কেইজন অসমীয়াই আজিৰ দিনত অসমীয়া মাধ্যমত পঢ়াটো মূৰ্খামি বুলি ভবা নাই ? ....."

অৱশ্যে ব্যক্তিগতভাৱে "সাহিত্যিক নাইবা বুদ্ধিজীৱি" নাইবা "অসমীয়া সাহিত্যক বিশ্ব দৰবাৰলৈ নিবৰ কাৰণে উঠি পৰি লাগি থকা" এই কোনো এটা বকলাকেই গাত সানি লব পৰাৰ অৰ্হতা নাই।

এইখিনি কথাৰ লগত সামঞ্জস্য থকা এটা আলোচনা তথা বিভিন্নজনৰ মতামত সাহিত্য ডট অৰ্গত প্ৰকাশ হৈছিল। এবাৰ চকু ফুৰাই চাব পাৰে। (http://goo.gl/VUprmJ)Anonymoushttps://www.blogger.com/profile/05788522867673926836noreply@blogger.com