tag:blogger.com,1999:blog-7513693875306445040.post1886512015618525645..comments2024-01-24T13:23:43.324+05:30Comments on অসমীয়াৰ সুখ-দুখ : বিশ্লেষণxukhdukh.comhttp://www.blogger.com/profile/11423931906297733996noreply@blogger.comBlogger2125tag:blogger.com,1999:blog-7513693875306445040.post-32173950854321278192017-04-11T12:51:05.205+05:302017-04-11T12:51:05.205+05:30সুন্দৰ সুন্দৰ Anonymoushttps://www.blogger.com/profile/07918026610866226700noreply@blogger.comtag:blogger.com,1999:blog-7513693875306445040.post-50949033082982104442017-04-11T11:55:06.914+05:302017-04-11T11:55:06.914+05:30সুন্দৰ লেখা৷বৰ্তমানৰ ৰাজনৈতিক পৰিস্হিতিৰ ওপৰত সুন্...সুন্দৰ লেখা৷বৰ্তমানৰ ৰাজনৈতিক পৰিস্হিতিৰ ওপৰত সুন্দৰ ব্যাখ্যা৷অৰ্থহী গৰু মাংসৰ ৰাজনীতিক ক্ষুৰধাৰ সমালোচনা৷কিন্তু চিৰাচৰিত বামপন্থী চিন্তাৰে পৰোক্ষ ভাৱে হলেও বিজেপিক সমালোচনা কৰিবলৈ গৈ কিছু ভূল কৰিছে৷যেনে সংবিধানৰ মতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে চৰকাৰী চাকৰিতহে আৱেদন কৰিব পাৰিব ব্যক্তিগত চাকৰিত নহয়৷ইয়াৰোপৰি কাক ঘৰ ভাড়া দিব বা নিদিব সেয়া মালিকৰ ব্যক্তিগত সিদ্ধান্ত৷তৃতীয়তে পশ্চিমীয়া দেশৰ যৌনতাক সমৰ্থন কৰিব গৈ লেখকে পাহৰি গৈছে যে পশ্চিমীয়া দেশৰ সমাজ ব্যৱস্থা আৰু অসমৰ সমাজ ব্যৱস্থাৰ মাজত আকাশ পাতাল পাৰ্থক্য৷আমি আচলতে পশ্চিমৰ ব্যভিচাৰৰ সলনি ভাল গুণ বোৰ আদৰি লোৱাহে যুক্তি সংগত হৱ৷Anonymoushttps://www.blogger.com/profile/02056781223169589694noreply@blogger.com