কেৰিয়াৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাষ্ট্রীয় ইলেক্ট্ৰ’নিকচ্ আৰু তথ্য প্রযুক্তি প্রতিষ্ঠানৰ পাঠ্যক্ৰম
ডঃ বুলজিৎ বুঢ়াগোহাঁই
ৰাষ্ট্রীয় ইলেক্ট্ৰ’নিকচ্  আৰু তথ্য প্রযুক্তি প্রতিষ্ঠান (এন.আই.ই.এল.আই.টি. http://www.guwahati.nielit.gov.in/ )ৰ গুৱাহাটীস্থিত নগৰ কেন্দ্র আৰু সম্প্রসাৰিত কেন্দ্রসমূহ (তেজপুৰ, যোৰহাট, শিলচৰ, কোকোৰাঝাৰ আৰু গুৱাহাটী )ত আগবঢ়োৱা বিভিন্ন পাঠ্যক্রমবোৰ হ’ল –
দীৰ্ঘকালীন পাঠ্যক্রমসমূহ (সকলো পাঠ্যক্রম এবছৰীয়া) হ’ল - তথ্য প্রযুক্তিত ‘অ’ লেভেল, বায়ইনৰ্ফমেটিক্সত ‘অ’ লেভেল, তথ্য প্রযুক্তিত ‘এ’ লেভেল, বায়ইনৰ্ফমেটিক্সত ‘এ’ লেভেল, মাল্টিমেডিয়া আৰু এনিমেচন টেকনলজি(মেট) ‘অ’ লেভেল ।

 
হস্রকালীন পাঠ্যক্রমসমূহ (০১ৰ পৰা ০৪ মাহৰ সময়সীমা) হ’ল- চফট স্কিল আৰু কমোনিকেটিভ ইংলিছৰ চাটিৰ্ফিকেট ৰ্কোচ, আটিচ-বিপিঅ (কাষ্টমাৰ কেয়াৰ), চিচিচি (কম্পিউটাৰ কনচেপ্ত পাঠ্যক্রম), বিচিচি (বেচিক কম্পিউটাৰ পাঠ্যক্রম), টেলি ব্যৱহৃত ফাইনেনচিয়েল একাউণ্টং চাটিৰ্ফিকেট পাঠ্যক্রম , পিচি হাৰ্ডৱেৰ আৰু নেৰ্টৱকিঙৰ চাটিৰ্ফিকেট পাঠ্যক্রম, চি লেংগুৱেজৰ জৰিয়তে প্রগেমিঙৰ চাটিৰ্ফিকেট পাঠ্যক্রম ,ক’ৰ জাভাৰ চাটিৰ্ফিকেট পাঠ্যক্রম, প্রকল্পসহ বায়ইনৰ্ফমেটিক্স চাটিৰ্ফিকেট পাঠ্যক্রম ,ডেক্সটপ পাব্লিচিং চাটিৰ্ফিকেট পাঠ্যক্রম , ৱেব ডিজাইনিঙৰ চাটিৰ্ফিকেট পাঠ্যক্রম ,অফিচ অটোমেচনৰ চাটিৰ্ফিকেট পাঠ্যক্রম, মোবাইল ৰিপিয়েৰিং আৰু পৰিচৰ্যাৰ চাটিৰ্ফিকেট পাঠ্যক্রম আৰু পিচি এচেম্বলি পৰিচৰ্যাৰ চাটিৰ্ফিকেট পাঠ্যক্রম।

অসমৰ ছাত্ৰ-ছাত্ৰী সকলে এই পেশাদাৰী পাঠ্যক্ৰম সমূহ অধ্যয়ন কৰি বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত নিযক্তি পাব পৰাকৈ নিজকে সাজু কৰিব পাৰে।

No comments:

Post a Comment