সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
জীৱন সুন্দৰ কৰাৰ পথ দেখুওৱা 
 ড° পাৰ্থ চট্রোপাধ্যায়ৰ গ্ৰন্থাৱলী 
ড° বুলজিৎ বুঢ়াগোহাঁই 
মাননীয় সম্পাদক মহোদয়, 
ড° পাৰ্থ চট্রোপাধ্যায়ে বাংলা ভাষাত কেইবাখনো জীৱনবাদী গ্রন্থ ৰচনা কৰিছে যিবোৰ নেকি ছাত্র-ছাত্রী লগতে সকলো বয়সৰ লোকৰ বাবে অতি প্রয়োজনীয়। তেখেতৰ গ্রন্থবোৰৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পুথিভড়াঁল লগতে বিভিন্ন পুথিভঁৰাল(ক্লাৱ/গাওঁ/মহকুমা/জিলা/ৰাজ্যিক আদি)ত সংৰক্ষণ কৰি ৰাখিলে ছাত্র-ছাত্রী লগতে সকলোৰে উপকৃত হ’ব। 

অসমীয়া ভাষালৈ অনুবাদ হোৱা তেখেতৰ গ্রন্থবোৰৰ কেইখনমান হ’ল- ‘তোমাৰ স’তে আছোঁ : ছাত্র-ছাত্রীৰ নানান সমস্যা আৰু সমাধান’; ‘যাৰ যি স্বভাৱ’;‘নিজক নিজেই সলনি কৰক’;‘মানুহ কেনেকৈ চিনিব পাৰি’;‘আপুনি আৰু আপোনাৰ ব্যক্তিত্ব’;‘কেনেকৈ স্মৃতিশক্তি বঢ়াব’;‘এতিয়াও সুযোগ আছে’;‘এতিয়াও সময় আছে’;‘কেনেকৈ আত্মবিশ্বাস বঢ়াব’;‘কেনেকৈ বাস্তৱবাদী হ’ব’;‘আহক ভালে থাকো’;‘যিসকলে ডাঙৰ হ’ব বিচাৰা’;‘কলেজত যি শিকোৱা নহয়’;‘স্কুলত যি পঢ়োৱা নহয়’;‘হতাশাৰ পৰা মুক্তিৰ উপায়’;‘ষ্ট্রে’ছ, দুশ্চিন্তা আৰু উদ্বেগৰ পৰা মুক্তিৰ উপায়’ আদি ।

এই গ্রন্থবোৰৰ গুৱাহাটীৰ ‘বীণা লাইব্রেৰী’য়ে প্রকাশ কৰিছে। 

No comments:

Post a Comment