Monday, November 25, 2013

সাহিত্যৰথীলৈ শ্ৰদ্ধাঞ্জলি



ৰেডিঅ' সুখ দুখৰ নিবেদন

ৰসৰাজ্ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ
অমৰ সৃষ্টি চুটিগল্প
 "সেউতী"ৰ 
শ্ৰাৱ্য-নাট্যৰূপ
অনুপমা বৰগোহাঁইৰ পৰিকল্পনা, প্ৰযোজনাৰে.....
আৱহ সংগীত ইন্দুকল্প শইকীয়া।
সেউতীৰ আঁত ধৰোতা অনুপমা বৰগোঁহাই । দৰাৰ মাক :মাধুৰিমা ঘৰফলীয়া দৰাৰ বায়েক নিৰ্জুমণি শইকীয়া । পুৰুষ কণ্ঠ : প্রদীপ গগৈ আৰু কনচেং বৰগোঁহাই

No comments:

Post a Comment